(ec)
সয়্াৰেপৰ| গণি ঠিক কৰিব পাৰি যে ১০০ feat তপত এমেৰ atte ৫৪ সেৰ পানী ০০ ডিআীবপবা ১৮%" ডিগ্রী তাপলৈ নিব; নতুবা ১*০* ডিগ্ৰী তপত SOM বাষ্পসই ১০০১%৫৪=৫৪০ দেব পানী ১" ডিগ্রী তপত কৰিব পাৰে ; অর্থাৎ এসেব পানী দ্ৰৱ অৱস্থাৰপৰা বাষ্প হবলৈ বিমান তাপ লাগে, সেই তাপৰ দ্বাবা ৫৪০ দেবে পানী ১ feat তপত কৰিব পাৰি। অলপ বিবেচনা কৰিলে ইয়াকো ভ্ানিব পাৰি যে পানী বাষ্প হওঁতে যিমান তাপ শোহে, 171 পানী হও তেও সিমান তাপ এৰি দিয়ে৷
gos । যদিও তাপেই বাপ্পৰ কাৰণ, কেৱল তপত কৰিলেই হে যে দ্ৰৱ বস্তুবপৰ| AM উঠে এনে নহয়; অনেক দ্ৰৱ বস্তুৰপৰা আৰু পৃথিবীৰ সকলো! ঠাইৰেপৰ| সদায় আপোনা আপুনি বাষ্প বা ভাপ উঠি থাকে। নৈ, পুখুৰি, সাগৰৰপৰা ওবেও বাপ্প উঠে। এটা পাত্ৰত কিছু পানী বাখিলে সেই পানী লাহে লাহে বাপ্প হৈ উৰি যাব৷ তিতা কাপোৰ ৰ'দত বা বতাহত মেলি দিলে তাৰপৰ| বাপ্প উৰি উৰি সেই কাপোৰ শুকাই যার । জুলীয়া বস্তু তপত কৰিলে বাপ্প বা ভাগ অধিককৈ উঠে; কিন্ত
আপোনা আপুনি যি ভাগ উঠে সি তাতকৈ কম। WAS
বাপৰ অৱস্থালৈ যোৱাত বায়ুমেঙলৰ হেঁচাই অনেক বাধা জন্মায় । দ্ৰৱ বস্তু atria অৱস্থালৈ যৌবাৰ ছুটি নিয়ম আছে £_
(১) ates ঠাইত সকলো! অস্থায়ী দ্ৰৱ বস্তু তৎক্ষণাৎ ব|প্পৰ অৱস্থালৈ যায়। (২) সমান তাপত পৃথক্ WAR ae বস্তুৰ বাঞ্পবিলাকৰ পৃথক্ পৃথক্ স্থিতিস্থাগক শক্তি থাকে।
দ্ৰৱ বন্ধৰ কেরল পিঠি অর্থাৎ ওপৰ ভাগৰপৰ| ছে বাপ্প