পঞ্চদশ আখধ্য৷ |
১০৫ ৷ বাষ্প। পানী; পাবা, এল্কহল প্রভৃতি দ্ৰৱ
| বস্তুত তাপ লাগিলে যি ধোৱ ৰ নিচিনা বস্তু উৎগন্ন হয় তাক
বাপ বোলে (৭১) । কিন্ত মকলো Ga বস্তুৰপৰ| য়ে ৰাপ উঠে এনে নহয়। পানী, এল্কহল, টাৰ্পিণ তেল, লেভেণ্ডাৰ, ক্ৰেচিন তেল প্রভৃতি জুলীয়া বস্তু খোল| পান্রত বতাই লগাকৈ বারিলেই মেইবিলীক লাহে লাহে বাষ্পৰ অৱস্থালৈ যায় ; এই গুণ থকা দ্ৰৱ বস্তুক অস্বায়ী দ্ৰৱ বস্তু বোলে । থিউ, সৰিয়হব তেল প্রভৃতি কিছুমান তেল তাপৰ দ্বাৰা বাষ্পৰ অৱস্থালৈ নে- aa! অতি তপত করিলে সেই তেল তাৰ মূল বস্তুলৈ পৃথক হৈ এবিধ ধোর|ব নিচিনা az উঠে, কিন্তু তাত তেলৰ গুণ একো
, নেথাকে; এই নিচিনা দ্ৰৱ বৃত্ত স্বামী দ্ৰৱ বস্তু বোলে ৷ বৰফ,
কপুৰ প্রভৃতি কিছুমান গোট। বস্ধবগৰাও বাষ্প উৎপন্ন হয়। বি বস্তুৰ ববণ নাই তাৰ বান্পৰে| বৰণ নাই। ভাগৰ বি ষি গুণ
| আছে atonal সেইবিলাক ও৭ণ থকা প্রার দেখা যার। তার
‘ভিতৰতে ইয়াব স্থিভিস্থা পক ওু৭ অতি বল» ও তাৰপৰা অনেক উপকাৰী কার্ধ্য মাধিত হয়৷ -তাঁগ প্ররল হইলে বাষ্পৰ শক্তিও অতি প্রবল হয়। “কঠাল গুটি নকটাকৈ জুইত দিলে ধুম্ কৰি ফাটি-চিটি যায়। ইরাব কাৰণ এই @ তাৰ ভিতৰত যিবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰ থাকে সেইবোৰত তাপৰ Wal ভাগ .ও বাষ্প উৎপন্ন হেৱাত, গুটি ওফনি উঠে; তাৰ পাচে কোনো ফালে বাট নেপাই গুটিটো ভাঙি:চিঙি মেই বাক্স ও ভাগ বাহিৰলৈ ওলাই যায়৷ ছুই মুৰে গীঠি খকা আক কেণিও বিন্ধ নোহোৱা