সমললৈ যাওক

পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১১৮)

তাৰ আয়তন কম হয় আক পানী বৰফ হলে আরতন বাঢ়ে। এই এটা বিশেষকৈ জানিব লগা কথা যে পানীৰ তাপ ক্রমশঃ কম হলে ৪" ছিথীলৈকে তাৰ আয়তন কম হয়; তাগ ৪ ডিগ্ৰীতকৈ কম হলে, তাব আয়তন আকৌ বাঢ়িবলৈ ধৰে। s feat তাপত পানী অতি ঘন আক গণৰ হয়; তাতকৈ কম বা বেছি হলে সি কম ঘন আৰু পাতল হয়।

Yost কোনো গোটা বস্তু কোনো এটা দ্রেৱ বস্তুৰ লগ লাগিলে সিহঁতৰ বিন্থুবিলাকৰ ‘পৰস্পৰ আকৰ্ষণৰ sai সেই গোটা বস্তুটোও দ্ৰৱ হয়; এই নিচিনাকৈ দ্ৰৱ হোৱাকে, বস্তুটো afte ঘোরা বোলে।। গম, চিনি, মিচিৰি; লোণ এড়তি গোটা বস্তু পানী পালে পমি যায়; মৌনিতা পানীত নপমে কিন্ত BIR cos পমে। বস্তু গলি আৰু পমি দ্ৰৱ হলে কিছু তাপ নাইকিয়া হয় বা লুকাই থাকে; এই কাৰণে সেই দ্ৰৱ aw fe তাপ কম কর । এই কাৰণেই পানীত চিনি বা মিচিৰি মিহলালে গানী বেছি চেচ| হয়। বস্তু পমোতে কেতিয়াবা তাপ বৃদ্ধি হোৱাও দেখা যায়; কিন্তু তাৰ কাৰণ এই যে বস্তুটো গোটা অরস্থাবপবা দ্ৰৱ ‘অৱস্থালৈ যাওঁতে একে সময়তে হুটা ঘটনা হৃয়। aby) ঘটনাৰ ঘাবা বন্ধটো পমে আৰু তাপ কম হয়, ইটোৰ দ্বাৰা দুইটা বস্তা ৰাসায়নিক মিল হয় আক সেই কাৰণে তাপ বৃদ্ধি হ্য়।