(৪)
শুহিলে ৷ ৮০" ডিগ্ৰী তাপৰ দ্বাৰা বৰফ গোটা অরস্থাবপবা জুলীয়া 1 অৱস্থালৈ আহিল, কিন্তু তাপ বা আয়তন বৃদ্ধি নহল। এতেকে ইয়াবেপবা জানিব পাৰি যে ** ডিগ্ৰীৰ এসেৰ ববফ ০" ডিগ্ৰীৰ এমেৰ পানীলৈ আহোতে বিমান তাপ শোহে দেই তাপৰ ঘাবা 0° ডিগ্ৰীৰ এসেব পানী ৮০ ডিগ্ৰী তপত হৃব।
দ্ৰৱ অৱস্থালৈ আহৌতে সকলো গোটা বস্তুৱে অলপ নহয় অলপ তাপ শুহি TT] বৰফ পানী হওঁতে অনেক তাপ শোহে; নেই পানী পুনৰ, বৰফ কৰিবলৈ হলে সেই খিনি তাপ বাহিৰ নহলে তাক, কেতিয়াও বৰফ কবিব নোৱাৰি ৷
»* ডিগ্রী তপত হলে যেনেকৈ বৰফ গলি পানী হয়:মেই দকে
- ডিগ্ৰী chal হলে,গানী-বৰফ হয়। বৰফ পানী হবৰ সময়ত যিমান
| তাপ শোহে, পানী বৰফ হবলৈ ধৰৌতে সিমান তাপ বাহিৰ কৰি দিয়ে। এই কাৰণে কোনো শীতপ্ৰধান: দেশত পানী বৰফ হবলৈ ধৰে তে তার চাৰিওফালৰ ঠাইবিলাক কিছু তপত হয়৷৷ যি বস্তু যিমান তাপত গলে সেই বস্তু, পুনৰ চেঁচা কৰিলে ঠিক সিমান তাঁপতে জ্বমিব বা গোটা বান্ধিব। বৰফ ** ডিগ্রী তাপত পানী হয়, পানী ০* ডিগ্রী তাপ নেপালে কেতিয়াও বষফ লহয়। Fie ৩৩৫” ডিগ্রী তাপত গলি যায়, মেই জুলীয়া সীহ পুনৰ ৩৩৫ ডিগ্ৰী তাপলৈ নেনামিলে কেতিয়াও গোট নেমাৰেন আৰু টান মাৰি, নেতাইমানে মেই সীহৰ তাপ ঠিক ৩৩৬" ডিগ্রী থাকিব। অৰ্থাৎ সীহে wa হওঁতে ঘিমীন তাপ শুহিছিলে সেই তাপ বাহিব,হৈ নেযায় মানে পুনৰ গোটা নেবান্ধে।
গোটা বস্তু. দ্ৰৱ হলে তাৰ আয়তন বাঢ়ে। ১০% ঘন ইঞ্চি গন্ধক গলিলে৷ ১০৫, ঘন ইঞ্চি হয়। কিন্ব-ববফ গলি পানী হজে: