সমললৈ যাওক

পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১১৬ )

GRACE তপত নহলে কেতিয্বাও, গলি: নেযায়। মম্‌ ৬৫ feats গলে; বায়ুমণ্ডলৰ, হেঁচ| কম থাকিলে তাতকৈ কম তাপত গলিব; হেঁচা.প্ররল হলে তাঁপো প্রবল হলেহে গলিব।

(২ ).তাপ বিমান: প্ররল হল, লাগিলে বস্তু গণিবলৈ আৰম্ভ কৰাৰ পাচত তাৰ তাপ.আক-বেছি নহয়) আক সি, গলি শেষ নোহোৱালৈকে তাৰ তাপ সমান থাকে। |

ব্ৰফ °° feats গলে; সি গলিবলৈ, আৰম্ভ কৰাৰ oes তাত বিমান কি তাপ লগোরা, সি কেতিয়াও ১০ ডিঞ্ৰীতকৈ বেছি, তপত নহয়, আৰু গলি ota নোহোৱ|লৈকে তাৰ ভাগ মেই °° ডিঞ্ৰীতে থাকিব । ৷

soo) ওপৰত কোরা হৈছে যে কোনো বস্তু গলিবলৈ HAI তাৰ তাপ মযান গাকে, কোনো উপায়েৰে সেই তাপ: বঢ়াব নোৱাৰি; ই্মাবেপবা ভানিব পারি যে সকলো গোটা বস্তুৱে 4 Real অৱস্থালৈ আহেঁতে ইমান তাপ শুহি লয় যাতে সি সেই জুলীয়া অৱস্থাত থাকিব পাৰে; এই তাপকে দ্ৰৱ বস্তুৰ লুকুৱ| তাপ বোলে। ৮০” ডিগ্ৰী তপত acne পানী **, ডিগ্ৰী তপত এসেৰ পানীৰ লগত মিহলালে ৪০* fea তপত ছুসেব পানী হয়; কিন্ত 0° ডিগ্ৰী তপত এসেব বৰফ ৮০০ ডিগ্ৰী তপত এমেৰ,পানীৰ লগত মিহলালে ** ডিগ্ৰী তপত দুসেৰ, পানী হ্য়।

এতিয়া জানিব লাগে যে ** ডিগ্ৰীৰ এসেব বৰফ ০* ডিগ্ৰী তপত এসেৰ পানী হল, বাকী মেৰ পানীৰ ৮০" feat তাপ কলৈ গ’ল সাক তাৰ ভাপনো *' ডিগ্ৰীলৈ নামি আহিল কিয় ? ভাবি চালে ঠিক হয় যে নেই ৮০" ডিগ্রী তাপ বৰরুবপবা। উত্পন্ন হোব| পানীৰ ভিতৰতে আছে অর্থাৎ সিমান তাপ গলিবৰ সময়ত বৰফে