সমললৈ যাওক

পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১৫ 7: নগলে। কোন কোন বস্তু কিমান কিষান তাপ পালে গলি যায় তাৰ গোটা দিয়েক উদাহবণ তলত দিয়া হৈছে ঃ--

ডিগ্রী | পাৰা dad oo ox _-৩৮৮? মাখন cos 898 4৩৩০ মন্‌ ৬৫? AGS (৫০3 23 8. ১১৪০ টান 2 fe ০53 ২২৮৮ কপ Se PS aus os ১০৩৭৪ ot ০০ ves 42 ১২৫০৭ লে ১৬০০৮

কাঠ, তুলাগাত, লোম প্রভৃতি বহুত বস্তু তাপৰ দ্বাৰা নগলে, fea সিহঁতৰ মূল বস্ধলৈ পৃথক্‌ পৃথক্‌ হয়। এইবিলাক বন্ত, যে কেতিয়াও কোনো উপায়েৰে গলাব পবা Gata তাক কোনেও কব নোৱাৰে। আগেয়ে যি যি কাম মান্তুহৰ অসাধ্য বুলি ভবা হৈছিল, বর্তমান সময়ত সেই সেই HS অতি সহজে সাধন কৰা হৈছে । বিজ্ঞানৰ উন্নতি দিনে দিনে বাঢ়িব লাগিছে আঁক নানান্‌ আঁচবিত কথাৰ আবিষ্কাৰ হব লাগিছে। এতেকে সেইবিলীক বস্তু গলাবৰ উপায়ো কেতিয়াবা ওলাব পাবে।

don} Hdl বস্তু দ্ৰৱ হে।বাৰ ছুটা নিয়ম আছে s—

(১) প্রত্যেক বন্তবে wa হৌরাৰ এটি এটি নিদ্ধাৰিত তাপৰ জোখ আছে । যদি বায়ুব ol সমান থাকে মেই বস্ত দেই