সমললৈ যাওক

পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 998 )

পনি নেযায়। বদ হলে টীনৰ ঘৰৰ ভিতৰলৈ তাপ আহে কিন্তু খেৰৰ ঘৰৰ ভিতৰলৈ কেতিয়াও ওপৰবপৰ| তাপ আহিব নোৱাৰে, কাৰণ টান তাপৰ পৰিচালক, কিন্তু খেৰ নহয় । আমি পিন্ধা কাপোৰবিলাক fice নিজে তপত নহয়। সেইবিলাকে গাৰ তাপ ওলাই যাবলৈ নিদিয়াত হে গাত উম লাগে।

চতুর্দশ আধ্যা ।

তাপৰ দ্বাব| বস্তুৰ অৱস্থ| সলনি ।

soot তাপৰ দাবা বস্তুৰ বিস্তাৰ বৃদ্ধি আক অৱস্থা সলনি: ছোৱাৰ কথা ওপৰত কেবা ঠাইতো কোৱা হৈছে । তাত কোৱা হৈছে যে গোট| বস্তুৱে তাপ পালে দ্ৰৱ বা জুলীয়া হর) জর বস্তুৱে তাপ পালে বাষ্প হয়; নতুবা বাষ্পৰপৰা তাপ দূৰ হলে দ্ৰৱ বস্ত, SS বস্ধৰপৰ| তাপ দুৰ হলে গোটা বস্তু উৎপন্ন হয়। কি কি কাৰণত বস্তুৰ অৱস্থা নসন|-সলনি হয় তাক এটি এটিকৈ তলত ‘কোৱা গৈছে ।

Sol তাপৰ Gal গোটা বস্ত ভুলীয়| হোৱাকে গলি যোৱা বা দ্ৰৱ হব| বোল! যায়। বিন্বাকর্ষণ ও অপৰ শক্তি সমান হলেই এই ঘটনা দেখা যার একে সমান তাপত সকলো ze