সমললৈ যাওক

পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১১৩)

ঘন: অৰ্থাৎ গধূৰ পানী তলিলৈ নামি CH SIS হয় এই দৰে উঠা-নমাকৈ কিছু সময়, থারিলেই: পাত্রব- গোটেই, খিনি পানী তগত হৈ উঠে।!

জাপ-ভবা এটা পাত্ৰৰ ওপৰত, তাপ লগালে সেই ভাপ যেতিয়ালৈকে স্থির, থাকে, তলিৰ, ভাগ কেতিয়াও তপত নহয় । কিন্ত তলত-জাল দিলে পানীৰ দৰে তল-ওপৰ হৈ অতি বেগাই পাত্ৰৰ ভাপ, তপত হয়। ৰ’দত বাহিবৰ বাযুংতপত হলে ঘৰৰ ভিতৰৰ বায়ু, তপত হোৱাৰে| এয়ে কাৰণ। ঘৰৰ ভিতৰৰ বায়ু বাহিৰলৈ ওলাই নোযোৱাকৈ ৰাখিব-পাৰিলে বৰ ৰ’দতো ৷ ঘৰৰ ভিতৰত- থাকিলে, তগৰ গম পোৱা নেযায়। কিন্তু বাহিৰৰ বায়ু ৰ'দত তপত হুলে তীৰ আয়তন বাঢ়ে, গতিকে লঘু হৈ-ওপৰলৈ উৰি যায়ঃ এই বায়ুৰ ঠাইকে অধিকাৰ কৰিবৰ ন্য়িত্তে ঘৰৰ ভিতৰৰ বায়ু বাহিৰলৈ ওলাই. যায়, আৰু তাৰ ঠাই লবলৈ বাহিবৰ তপত বায়ু ভিতৰলৈ মোমাই আহে। এই স্বৰে অহৃ৷-য়োৱ| কৰি বাহিবৰ আক ভিতৰৰ বায়ু alin সমান তপত হয়।. GOLA AS বায়ুৰ ঠাই সলনি হোৱাই বতাহৰ প্রধান কাৰণ Ie

aol পদাৰ্থৰ, পৰিচালক-শক্তি বেছ-কম হোৱাত অনেক উপকাৰ পোৱ| যায়। যদি পানী,গাখীৰ আদি অধিক পৰ তপত ৰাখিব লগা হয় তেনেহলে সেইবিলাক তপত থাকোঁতে কোনে পাত্ৰত ৰাখি খেব,. কাঠৰ গুৰি, বালি প্রভৃতি অপৰিচালক বস্তুৰে প।ত্ৰটো| ঢাকি ৰাখিব লাগে। এই কাৰণে কলৰ ভাপ যোরা নলবিলাকত ota, কাঠৰ Of eee মেৰাই দিয়ে। কাঠৰ গুৰি ব| কদ্বলৰ TIS ৰাখিলে বৰফ বৰ তাপৰ ভিতৰতো