সমললৈ যাওক

পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৮২)

লোৰ শলিৰ এমুব জুইত দিলে গেটেই ডাল শলি লাহে লাহে তপত হয়; কিন্তু কাঠ বা কাচ এই নিচিনা নহয়। এডোখৰ কাঠত এফালে জুই লগাই ইফালে ধৰি লৈ ফুৰিব পাবি, তথাপি হাতত তাপৰ অলপো গম পরা নেযায়।

চুলি, নোম, চৰাইৰ পাখী, কপাহ, খেৰ, বৰফ, বালি, ছাই, এঙাৰ প্রভৃতি বস্তুৰ পৰিচালক গুণ অতি কম। পৰিচালক গুণ থকা পদাৰ্থৰ, পৰমাণুবিলাক বিমান আতবা-আতবি হয় তাৰ সিমান পৰিচালক শক্তি কম হয়।

যিবিলাক বস্তুব পৰিচালক শক্তি দূর্বল, মেইবিলাক বস্তুৰ পিন্ধা কাপোৰ লোরা উচিত; কাষণ ata কালি সেইবোৰ বব কাপোৰ পিন্ধিলে গাব তাপ বাহিৰলৈ ওলাব নোৱাৰি গা উম ৰাখে আৰু জ্বহ কালি বাহিবৰ তাপ ভিতৰলৈ আহি গাত লাগিব নোৱাৰা কৰি গা চেঁচা ৰাখে। পণ্ডৰ নোম আক চৰাইৰ পাখী অতি ছুৰ্ক্ল পৰিচালক; এই কাবণে Ae, চৰাই আদিয়ে জাবতো বব জাব আক ঘামতো বৰ ঘাম বোধ নকৰে। এই নিমিত্তেই মানুহেও সেইবোৰ বস্তুৰ কাপোৰ প্রস্তুত কৰি লয়।

৯৮ | ভব বস্তু আৰু ভাপৰ পৰিচালক শক্তি গোট| বস্তুতকৈ অনেক কম। এই কাৰণে এইবোৰ বস্তুক তাপে ভেদিব ‘নোৱাৰে অর্থাৎ সেইবোৰ বস্তুৰ এক অংশৰপৰ| আন অংশলৈ চলিব নোৱাৰে। কোনে| পানী-ভৰ| Nat তলত জাল দিলে যে পানী তপত হয় তাৰ আন কাৰণ আছে। জাল দিলে তলিৰ পানী প্রথমে তপত হয়; তপত হলেই বিস্তাৰ বৃদ্ধি হৈ লঘু হয়, এই নিমিত্তে সেই পানী ওপৰলৈ উঠে ‘আৰু ওপৰৰ ঢেঁচা