সমললৈ যাওক

পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত্রয়োদশ আধ্যা 1

৯৩) বিকিৰণ (Radiation) | পদাৰ্থৰ যি গুণ থকাত এটা বন্তবপৰা তাপ বাহিৰ হৈ চাৰিওফালৰ বস্তুত লাগি সেই সেই বস্তুত, তাগ জন্মায় বা তাৰ তাপ Care দিয়ে তাক বিকিৰণ বোলে। জুইব ওচৰত থিয় হলে তাৰপৰ তাপ বাহিব হৈ গাত লাগে, এই কাৰণে তাপ গোরা যায়। যদি এডোথব ভপত লো টেচা কৰিবৰ নিমিত্তে বতাহত ৰখ| যায়, তাৰ তাপ চাৰিওফালে ব্যাপি পৰে। woe cea atte পৃথিবীত পৰেহি এই কাবণে ৰ’দত তাপ পোৱা যায়।

বিকিবশব তিনটি নিয়ম আছে |

(>) তপত বস্তুটোৰ গাৰ চাবিওফালবপবা সমানে তাপ ওলায় বা বিবিবণ হয়। তপত বস্তুটোৰ চাৰিওফালে বেলেগ বেলেগ ঠাইত যদি তাপ-জোখা যন্তটো ধৰা যায়, তেস্তে সেই সকলো! ঠাইতে তাপ বৃদ্ধি হোৱাৰ প্রমাণি পোৱা যাব। আক তাৰপৰ৷ সমান সমান দূৰত বন্্রটো ধৰি ৰাখিলে তাপৰ জোখ সমান হ্য।

(২) তাপৰ গতি পোন, অর্থাৎ তাপ পোনে পোনেহে যায়। তপত বস্তুটোব আক তাপ-জোথ৷ যন্ত্ৰৰ মাজত যদি এখন আৰ frat যায়, তেতিয়| সেই যন্তৰপব| জানিব পাৰি যে সেই যন্ত্ৰৰ ওচৰলৈ তাপ আহিবলৈ বন্ধ হয়। যদি তাপ গেনে গোনে নাহি আব খনব দাতিয়েদি ঘূৰি আহিল হেঁতেন তেন্তে তাৰ প্রমাণ তাপ-জোথা যন্ত্ৰত পে।ৱা গল হেতেন |