( ১০)
এঠাইৰ বায়ু আন ঠাইলৈ নিয়ে; এঠাইৰ তপত বায়ুৰ লগত আন এঠাইৰ Gol aa fait কৰি জুৰ বতাই উৎপন্ন কবে, আৰু নগৰ বাঁ tree ভিতৰৰ গেবেকনি ঠাইবপবা উৎপন্ন হোৱা দুৰ্গন্ধ অপকাৰী ভাপবিলীক দূৰ কৰে ৷ বতাহ নথকা হলে মেঘ যৰে পৰা উঠে ততে থাকিল হেতেন। নৈ, পুখুৰি, খাল দিত বিন্দু মাত্ৰও পানী নাইকিয়া হল হেতেন। মানুহ, পশু, চৰাই, মাছ, কাচ cits, teal, গছ, লতা, শন্ত।দি সকলো-বস্ত' পানীৰ অভাৱত শুরাই মৰি যাব লাগিল'হেতেন। কিন্তু বতাহে এঠাইৰ মেঘ আন এঠাইলৈ নিয়ে; সাগবব ওপৰত যি মেঘ উঠে তাক চলাই আনি এক দেশত বৰষুণ দি়াইহি। তাৰেপৰা ‘নৈ, পুখুৰিত পানী; আক পৃথিবীত বস হয়। সেই বসকে খাবলৈ পাই গছ, লতা, শঙস্ভাদিক বিতোপন শোভা! জন্মে, আকু ফল ফুল আদি উৎপন্ন হয়। এই দবে বস্তুৰ গুণব দ্বাৰা বতাহৰ উৎপত্তি হয় ;- সাগৰৰ ও আন্ আন্ন ঠাইৰপৰা বাপ উঠি মেঘ হয়; সেই মেঘ বতাহে চলাই আনি পুথিবীত পানী দিয়েহি। সেই পানী গৈ গুনৰ সাগৰত পৰে। এই দৰে সকলো বন্তরে নিজ নিজ ওগৰ দ্বাবা নিম নিজ কাধ্য সাধি manta খন চলাই আছে I:
৯২. সকলো! বস্তুকে তাপৰ দ্বাৰা বঢ়া আক শীতৰ দ্বাৰা gal দেখা বায়। কিন্ত লো আৰু পানী প্রভৃতি কিছুমান বস্ত চে হোৱাতো বঢ়া দেখা৷ যায়। লো তপতাই কোমল কৰি লাহে লাহে চেঁচা হৈ টান হবটৈ দিলে তাৰ ভিতবর ছিদ্রবিলাকত বায়ু প্রবেশ কৰি-তাব আয্নতন বৃদ্ধি কৰে। এই দৰে পানী বৰফ হবলৈ ধর্বৌতে তাৰ, ভিতৰৰ ছিদ্ৰবোৰ কিছু বহল হয়, সেই গানীয়ে জুলীগ! অৱস্থাত, যিমান ঠাই অধিকাৰ কৰে বব অৱস্থাত