সমললৈ যাওক

পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(sage)

তাপ লগালেই নলৰ ভিতৰৰ পাৰা| উঠিবলৈ ধৰে। আন fe, Aral থক! ডোখবত হাতেৰে খামোচমাৰি ধৰিলে হাতৰ তাপতে পাব| ওপৰলৈ উঠিবলৈ ধৰে। সমান তাপত মকলো দ্ৰৱ Se সমানে নেবাঢ়ে। যি দ্ৰৱ বস্তু অলপ তাগতে 'উতলিবলৈ ধৰে, সি অধিক বাঢ়ে। ৩২ ডিগ্ৰী তপত পানী বা পাবা ২১২ feat তপত কৰিলে পানীৰ fae আয়তনৰ ২২ ভাগৰ এভাগ আৰু পাবা fag আয়তনৰ ৫৫ ভাগৰ এভাগ মাথোন বৃদ্ধি হয়।

১১। ভাপবিলাকৰ তাপৰ etal বিস্তাৰ বৃদ্ধি হোৱা শক্তি এটাই বস্তুতকৈ প্রবল (৭২) 1 ১০০১ ০০৪ CATA বায়ু বা ভাপ ১ ডিগ্ৰী মাথোন তপত কৰিলে ১০০১৩৬৭ জোথ হয়; অর্থাৎ ২৭৩ cata বায়ু ** ডিগ্রীবপবা ১ডিগ্রীলৈ তপত কৰিলে ২৭৪ CATA

| হয়; ২৭৪ জোখ বায়ু ১ ডিশ্রীৰপৰা ২’ ডিহীলৈ তপত কৰিলে ২৭৫ জোখ হয় । বি বায়ু * ডিঞ্ৰীত থাকোতে ২৭৩ ঘন ছুট হর সেই বায়ু, যিমান ডিঞ্ৰী তপত হয় সিমান দুশ ত্ৰেপত্তৰত যোগ দিলেই তাৰ আয়তনৰ পৰিমাণ পোৱা যাব। অর্থাৎ = ডিএীৰ ২৭৩ ঘন ফুট বায়ু ১৫" FEMS ২৭৩+ ১৫=২৮৮ ঘন ফুট, ২০ডিত্বীত ২৭৩+২০-২৯৩ ঘন ফুট VI ২৭৩ ঘন ফুট বায়ু ২০, ডিএ্ৰীৰপৰ| ৫০ ডিগ্ৰীলৈ তপত কৰিলে ৩২৩ ঘন ফুট হব; কাৰণ ২৭৩ ঘন ফুট বায়ু ২০" GAS ২৭৩+২*-২৯৩ ঘন ফুট হয়; এতেকে ২০ ডিগ্ৰীৰ ২৯৩ ঘন কুট বায়ু ৫০ feaita তপত কৰিলে তাৰ আরতন ২৯৩+-৩%=৩২৩ ঘন ফুট হব। উদাহবণ | ... ** ডিশ্রীৰ ১০০০ ঘন ফুট বায়ু ২০ ডিগ্ৰীত কিমান হব? এতিয়া মনত ৰাখিব লাগে যে *' BAS ২৭৩ ঘন ফুট বায়ু ২০