সমললৈ যাওক

পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১৪৮)

কাচ তাপৰ পৰিচালক নহয় (৯৭); যেতিয়া তাত তাপ লগোৱা যার জুইব ওচৰৰ ভাগি অতি তপত হৈ অধিক পৰিমাণে তাৰ বিস্তাব বৃদ্ধি হয়) কিন্তু সেই তাপ আন অংশলৈ অর্থাৎ জুইব আতঙ্ক অংশলৈ বেগাই যাব নোৱাৰে। এই কাৰণে মেই অংশৰ সমানে বিস্তাৰ বৃদ্ধি হব নোঁৱাৰে। এতেকে বৰকৈ তপত হোৱা ভাগ অধিক পৰিমাণে বাঢ়ি নবঢ়া ভাগৰপৰা| এৰাই বা ভাগি যায়।

এমুৰ খোলা এমুৰ বন্ধ এটি কীচব চুঙাত অলপ পাৰা ভৰাই মেই পাবা তল যোৱাকৈ তপত পানীত চুঙাৰ গুৰিটো অলপ যান পৰ বুৰাই ৰাখিলে পাৰা চুঙাৰ মুখৰ ফাললৈ উঠি যায়; কাৰণ পানীৰ তাপৰ Bal তাৰ বিস্তাৰ বৃদ্ধি হয়। এইদৰে আন আনি দ্ৰৱ বস্তুৰ বিন্ধাৰ বৃদ্ধি হৌরা প্রমাণ কৰিৰ পাবি।

vat তাঁপ-জোথা যন্ত্র (Thermometer) | ঘি যন্ত্ৰ দ্বাৰা তাপ কম-বেছি হোৱাৰ ঠিক কৰা যায় তাকে তাপ" | জোধা যন্ত্ৰ বোলে। নানা দেশত-নানি| তৰহৰ তাপ-জোধা যন্ত্ৰ চলিত আছে; তাৰ ভিতৰৰে তলত এটিৰ উদাহৰণ দ্যা হৈছে (১৮ চিত্ন)। এই we এটি কীচৰ সক নল মাত্র; তাৰ aay হাহঁকনিব নিচিনা ডাঙৰ ঝা ঘূৰণীয়া । এই নলৰ মুখলৈকে পাব! ভৰাই উতলাৰ সমান তগত কৰিব লাগে ৷ এই দবে তপত কৰি থাকোঁতেই গাৰা-পূৰ্ণ নলব মুখ বন্ধ কৰি পেলায; চেঁচা হলে পাৰ| নামি নলৰ গুৰিত অৰ্থাৎ ভাঙৰ ঘুৰণীয়া মূৰত থাকেগৈ।