সমললৈ যাওক

পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৯৯) এই অবস্থাকে এটা বন্তবপৰ। আন এটা বস্তুলৈ নিব পাৰি। যি বস্তুৰ বিন্ুবিলাকব আন্দোলন অতি খুব আৰু প্রবল, তাৰ তাপো প্রত্থল STI ৮৭ | তাপৰ সাধাৰণ গুণ । বস্তুৰ বিগুবিলাক ওচবা-

ওচৰি কৰা| বিন্দাকৰ্বণব কাৰ্য্য; আক মিহঁতক অঁ teats তিৰি কৰা তাপৰ কাৰ্ধষ্য। তাপৰ,দাৰ| তিনিও অৱস্থাৰ বস্তুৰ বিন্দুবোৰ অস্থিব ও আতিবা-আতিৰি হয়, এই কারণে বস্তুৰ বিস্তাৰো fa হর ভাগৰ দ্বাৰা ভাপৰ বিস্তাব বৃদ্ধি ও সকলোতকৈ অধিক; ডুব বস্তুৰ তাতকৈ কম; গোটা বস্তুৰ তাতোকৈ কম৷ সমান | আয্নতনৰ লো, পানী ও বায়ু, সমানে তপত কৰিলে৷ লোতকৈ aia fom গুণ। পানীতকৈ ste তেৰ ও বিস্তাৰ৷ বৃদ্ধি হয়। | বস্তর বিস্তাৰ বৃদ্ধি করাই যে তাপিৰ গুণ এনে নহয়; কোনো | পৰিমাণে তাপ৷ প্রৱল হুলে প্রথমতে বস্তুৰ কঠিন৷ অবস্থা ওচি কোমল হয়; SISO প্ররল হলে বিন্দাকৰ্ষণ শক্তি দূৰ্বল হৈ বস্ত দ্ৰৱ অৱস্থালৈ যায়, তাতোকৈ ভাঁগ বৃদ্ধি হলে সেই বস্তু বাষ্প হৈ উৰি যায়। কিন্তু বস্তুত তাপ গোট খাই- নেথাকি: যদি, লাহে লাহে বাহিৰ teat অর্থাৎ ক্রমে ক্রমে যদি বস্তুটো চেঁচ| হয়, তেনেহলে-ওপৰত, ফোরা| ঘটনাবিলাকৰ বিপৰীত ঘটনা | দেখ! ata; বিন্দুবিলাক ওচৰ|“ওচৰি, হৈ: বস্তুৰ ছিদ্ৰবিলাক সন্ধীৰ্ণ | হয় আৰু তাৰ আয়তনোঁকম হয়৷৷ ভাপ Gol কৰিলে৷দ্ৰৱ বসত; | জর ae chol কৰিলে গোঁটা বস্তুৰ উৎপত্তি, eal বৰফ তপত কৰিলে পানী হয়; পানী wis কৰিলে; বাষ্প হয়। বাপ্প Sol কৰিলে পানী, আৰু পানী sl কৰিলে বৰফ হয় ইত্য|দি।