এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
(৯৮)
উঠি যার়। মুধব বিন্ধাটোৱেদি ভিতৰৰ ভাপ বাহিব হৈ যাব দিলে বেলুনটো নামি আহে!
দ্বাদশ আধ্যা | তাপ আৰু শীত।
vel তাপ আৰু শীতব বোধ এটাইৰে আছে; আৰু তাৰ কাৰ্য্যৰ ওণনো কেনে আমি বেচকৈ আনৌ। কোনে| কোনো পণ্ডিতে কয় যে এবিধ চকুৰে মনিব নোৱৰা স্থক্ম অস্থিৰ আৰু ভাব শুন্ত বায়ু-সদৃশ পদাৰ্থৰ দাঁবা তাপৰ উৎপত্তি হুয়। ই বস্তুৰ বিন্দুবোৰ আবৰি থাকে, এটা বস্বৰপৰা আন এটা বস্তুলৈ যাব পাবে, আৰু বস্তুৰ বিন্দুবোৰ অতিবা-শতিৰি কৰে। এই ae সদৃশ বস্তু বেতিয়| অন্তৰ শৰীৰৰ ভিতৰলৈ প্রবেশ কৰে, ভেতিয়া তাপ বোধ কৰা যায়, আৰু যেতিয়া বাহিৰ হৈ ‘আহে তেতিয়া শীত aca
- কোনো কোনোৱে কয় যে তাপ (কোনো স্বতন্ত্ৰ বস্তু নহয় TA বি্ুবিলাকব প্রৱল আন্দোলনৰ দ্বাৰা তাপৰ উত্পত্তি হয়। এই'নিমিত্তে তাপ কোনো বন্ধ নহয়, কেৱল বস্তুৰ অৱস্থা বিশেধ।