(নর) সন্দেহ লাই ইমাৰপবা জানিব পাৰি যে এই পৃথিবীৰ সকলো ৷ বস্তুক আক সকলো ঠাইকে বায়ুংমওলে হেঁচি ধৰি আছে ৷ ্ অনুগান কৰ। মেই নলৰ মুখ ১ এক af ইঞ্চি বহুল; তাৰ ভিতৰৰ পাঁবী ৩০ ইঞ্চি ওখ হলে৷ পাৰাৰ জোৰ oe ঘন ইঞ্চি হব। কিন্তু ৩০ ঘন ইঞ্চি পাৰাৰ ভাৰ ATA /0 সেৰ ৷ এতেকে ইয়াৰে গৰা জনা "গল CU GR পৃথিবীৰ প্ৰত্যেক বস্তুৰ প্রত্যেক বৰ্গ Stars uu cna নতুবা এক বর্গ কুটত ২৪ মোন ভাবে তললৈ হেঁচিছে 1 এই হেঁচাৰ জোথকে > বায়ুমণ্ডলৰ হেঁচা বোলা যায়; যদি এক বৰ্গ ইঞ্চিত ১৫ মেৰ গধূৰ হেঁচা পৰে তেন্তে তাক ২ ali মণ্ডলৰ Gol বুলিব | এটি ৩৫ ফুটমান দীঘল নলত আগৰ নিচিন৷কৈ পাৰাৰ সলনি যদি পানী ভৰোৱা যান তেনেইলে সেই নলৰ ভিতৰত পানী প্ৰায় ৩৪ ফুট ওখ হৈ ৰব; ATS পাৰাতকৈ ১৩৬ গুণ ওখ হব । কিন্ত এইটো! জনা আছে a পালীতকৈ পাৰা ১৩৬ গুণ গধূৰ , এই কাৰণে ওপৰত কোৱা নল gba ভিতৰৰ = পানী আৰু পাৰাৰ ভাৰ সমান । ইয়াৰপৰা জনা গল যে বায়ু- মলৰ fi caste aaa ভিতৰত পাবা তুলি ধৰিছিল মেই হেঁচা পানী তুলি-ধৰি-থকা হেঁচাৰ সমান । 2. বারুমগডলব হেঁচা বিমান কম হর নলৰ ভিতৰৰ পাঁবাও সিমান নামি আহে; হেঁচা বিমান অধিক হয় নলৰ ভিতৰৰ পাবা সিমান, ওপৰলৈ Bard! ওপৰত কোরা হৈছে যে পৃথিবীৰ ওচৰৰ ৰাবু ওপৰৰ বায়ুতকৈ অধিক ঘন আক HT; এই কাৰণে এই পৰীক্ষ৷ বিমন ওখ ঠাইত কৰা যায় নলব ভিতৰৰ পাৰাৰ cates সিমান বস হব। অৰ্থাৎ পৃথিবীৰ ওচৰৰ গণুৰ বায়ুৱে গাঁবাৰ ওপৰত Fania ছেঁচ| দিব‘ওপৰৰ পাতল বায়ুৱে দিমান হেঁচ| দিব নোৱাৰে।
পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/১০১
অৱয়ব