সমললৈ যাওক

পৃষ্ঠা:প্ৰভাত ও গধুলি গোষ্ট.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পাতনি।

 এই ক্ষুদ্ৰ পুথিখনি শঙ্কৰদেৱ ও মাধৱদেৱ দুয়োজনৰ ৰচিত, গতিকে দুয়োজনৰ নাম ওপৰত দিয়া হল। কেবা ঠাইৰ পৰা কেবা ৰকমে সংগ্ৰহ কৰা হৈছে অনুগ্ৰহ কৰি বন্ধু সকলে মৰম চকুৰে চালেই শ্ৰম সফল মানিম।

শ্ৰীহৰিচন্দ্ৰ দেৱ গোস্বামী
 বৰবাৰী সত্ৰ।
 ১লা আহাৰ, ১৩২২।