পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উদুৰ্গাঃ যাৰ স্নেহ-মন্দাকিনীৰ অমৃতলহৰীয়ে মোৰ অসহায় শৈশৱ সঞ্জীৱিত কৰি ৰাখিছিল, যাৰ ললিত কণ্ঠ নানা সুৰে নানা তৰঙ্গে মোৰ কোমল হিয়াত প্ৰতিধ্বনিত হৈছিল সেই পৰমাৰাধ্যা মাতৃদেৱী স্বৰ্ণময়ী চৌধাৰিণীৰ উদ্দেশ্যে সন্তানৰ ভক্তি-পুস্পাঞ্জলি।