পৃষ্ঠা:প্ৰগতিৰ গান.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

উছৰ্গা

মুকুতি যুঁজত ৰঙাফুল হৈ
মাতৃভূমিক চুমি
প্ৰাণ আহুতি দিয়া
বীৰ শ্বহীদ সকলৰ
স্মৃতিত।