এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
২৬ হুনুমানৰ তত্ত্বজ্ঞান লাভ। [ শত্রুঞ্জয় – রঘুনাথ মহন্ত । ] [ শত্রুঞ্জয় মতে হনুমান উপজিয়েই লোকালোক গিৰিত ফুৰোঁতে এক দিগ্গজক দেখি তাৰ ওপৰত উঠে। দিগগজে হনুমানৰ ভৰ সহা কৰিব নোৱাৰি আগ আঠু দুটা মাটিত পাৰি আটাহ ধরে । তাকে দেখি অনুমানে দিগ গজক নেজত ধৰি টানি এৰি দিয়ে; দিগগজ ভয়ত পলাই যায়। এইদৰে হনুমানে আঠ দিগগজক পৰাস্ত কৰে। হনুমানৰ পিতৃয়ে এই সংবাদ পাই অত্যন্ত ব্যথিত হয়; আৰু হনুমানক মাতি আনি কয়, যে ভগবানে নিজে আঠ দিগগজ হৈ লোকালোক পৰ্ব্বতত থাকি এই সংসাৰ ৰক্ষণ কৰিছে। সেই দিগগজৰ ওপৰত উঠা তেওঁৰ ঘেৰি অন্যায় হৈছে। তাকে শুনি হনুমানে পিতৃক প্রশ্ন কৰিছে। ] এই মাত্র চড়ি আছো স্বন্ধত হৰিৰ । হেন নুহি বিচাৰিয়ো পিতৃ মহাধীৰ ৷ চৰাচৰ লোকক বহীছে যিতো হৰি। মই তাঙ্ক বাহন কৰিলে৷ কেন কৰি ৷ যদি অন্তৰ্য্যামী হোৱে ত্ৰিজগত নাহা । তভো মোত দোষ নাহি বিচাৰিয়া 511 |