সমললৈ যাওক

পৃষ্ঠা:পুৰণি সাহিত্য.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪২
পুৰণি সাহিত্য।


লয়ঙ্গ মালতী ( সমে) গন্ধ পাৰিজাত।
কৃষ্ণৰ মাথাত বৃষ্টি কৰে অসংক্ষাত॥
হেনমতে নিসাচৰ গৈলা জম-ঘৰ।
ইতো কথা শুনি সৰ্ব্বজন ৰুচিকৰ॥
এক * পদবন্ধে হেম সৰস্বতী ভনে।
সুনন্তা কহন্তা ৰৈক্ষা কৰে নাৰায়নে॥


  • আক।