সমললৈ যাওক

পৃষ্ঠা:পুৰণি সাহিত্য.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫
বৰ্ষা আৰু শৰৎ বৰ্ণনা।

দিগবিজয় কৰিল : শ্ৰীভাগৱত কথায়াং দশমস্কন্ধে বিঙেসাধ্যায়: : তে সাধুসব দেখ : গদ্যে পদ্যে দৃষ্টান্তে সহিতে কৃষ্ণলিলাৰ্থেৰে বৰিষা সৰত বৰ্ণনা কৰিল : এতেকে আক পৰম আদৰে শ্ৰবন কীৰ্ত্তন কৰি নিৰন্তৰে হৰি বোল হৰি :