সমললৈ যাওক

পৃষ্ঠা:পুৰণি সাহিত্য.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
গোপ-গোপীৰ কৃষ্ণপ্ৰেম আৰু গোকুললৈ প্ৰত্যাৱৰ্ত্তন।


পুন্য়ক সঞ্চল : কলি মল ধঞ্চল :
 নাহি নাহি ওহি তুল :
সুনহ সভাসদ : দেখছ বিচাৰি :
 ভৈল লোক একাকাৰ :
ধমক কৰমক :  আসা দুৰ কৰ :
 হৰি বিনে গতি নাহি আৰ :
শ্ৰীৰাম ৰাই : হৰি বিনে নাই :
 জাকেৰি হৃদয়ে ধিয়ান :
ভকতিক সম্পত্তি : জাহে মিল্লল :
 পৰমেশ্বৰ গিয়ান : •
পাষণ্ড দণ্ডল : মণ্ডল ভকতিক :
 হৰি ৰস ৰসিক সুজান :
কালি দমন : কৰাৱত নাট :
 কৃষ্ণ কিঙ্কৰ ওঁহি ভান :
শুন সব লৌই : বচনক মোই :
 সব তেজি ভজ হৰি পাৱ :
ইহ সঙ্খাৰ : সাগৰ তৰান :
 কৃষ্ণপদ পল্লৱ নাও :
দেৱক উপৰ : ৰাজা মাধৱ :
 ধৰমক ৰাজা নাম :
কোটি কল্পক : পাতক নাসক :
 ডাকি বোলহু ৰাম ৰাম :


দণ্ডল = দণ্ড দিলে ।

ভান = ভাও । •পাঠান্তৰ — " পৰম ঈশ্বৰ সি খান ।”