সমললৈ যাওক

পৃষ্ঠা:পুৰণি সাহিত্য.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পুৰণি সাহিত্য।

১ গোপ-গোপীৰ কৃষ্ণপ্ৰেম আৰু
গোকুললৈ প্ৰত্যাৱৰ্ত্তন।

[ কালিয়দমন নাট—শ্ৰীশঙ্কৰদেৱ। ]

 [শ্ৰীকৃষ্ণই কালিয় নাগক সপৰিয়ালে কালিন্দী হ্ৰদৰপৰা খেদাই গোপ-গোপীৰ সৈতে হ্ৰদৰ পাৰতে সেই নিশা বাস কৰিছিল; কিন্তু দোভাগ ৰাতি হঠাৎ তাৰ ওচৰৰ বনত জুই লাগে; তাকে দেখি গোপ-গোপীসকল ভয়ত উত্ৰাবল হয়। শ্ৰীকৃষ্ণই ভক্তৰ হল দূৰ কৰিবলৈ বনাগ্নি পান কৰে; আৰু গোপ-গোপীসকলক মৃত্যু-ভয়ৰপৰা উদ্ধাৰ কৰে। ৰাতিপুৱা শ্ৰীকৃষ্ণই মোহন বংশী বজাই গোধন আগত লৈ গোপ-গোপীসকলৰ সৈতে গোকুললৈ প্ৰত্যাৱৰ্ত্তন কৰে।]

 সুত্ৰ—শ্ৰীকৃষ্ণক আচৰ্য্য মহিমা দেখিএ পৰম বিস্ময় হুয়া অন্যো অন্যে সম্বোধি বোলল