পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুলি -যুখী ৰা এটা, কাহি এখন, এই সকল দি বুলিলে ক্ষিন কোল তোক দিলে। মহাৰা বড়ফুকনক বঙালক ধৰি দিলে। বড়ফুকনে বোলে লুইতৰ দখিন পাৰে তাতি মৰাৰ পৰা, গৰালু মুখলৈ বড় নদিৰ পৰা হাজোলৈ, দুপাৰে বঙাল জুৰি জাছে; বাৰে দিনৰ মূৰত ধৰিম। এই বুলি মহাৰালৈ জনাই পঠালে। পাছে চন্দ্ৰনানে দখিন কোলৰ ঢেকেৰি লগত লৈ কৰৈবাড়িৰ পৰা বঙালক খেদি সকলো ৰাজ্য ললে! চন্দ্ৰনাৰানৰ মৃত্যু সক ১২৪২। পাচে বাংলাই চেটিয়া সোন্ধাত গঢ় দিলে। লগত আহোম ১৪০০০। আৰু ধৰ্ম্মৰাঙ্গা টেকেৰি বড়কাঠৰ লগত, বঙাল সেক ফষিদ, হৰিৰাম ৰাই, বৰ্ণে- নিয়াৰ জয়সিংহ কোৱৰ এই তিনি সমুখে জুঞ্জে। হৰিৰাম বাইত কাণ্ড লাগিল। আহোমে খেদি কাটিলে সে সোন্ধাপড়ৰ যুধ। ফৰিক। জয়সিংহ কোৱৰক নাকাটি আনিলে। ঘোড়া পালে ১৪৩; মৰিল চয় কুৰি। পিতলৰ বড় কামায়ন এটা, তবকি হিলৈ ২৪০। বাৰু চইকুৰি, তৰোৱাল দুকুৰি চাৰিশ ৪৪০। তাত পাছে ভাদ্ৰ মাস ২০ দিন যাওতে শনিবাৰে, অশ্বক্ৰান্তৰ আগ চকিত বিৰাহিম খাঁ; সৰাইতে খোচালবেগ; পাণ্ডুত ইয়াকুলি; সত্ৰাজিত মজালিত; হাজোত আব্দুল ইাম। গুৱাহাটিব চকি মানে মাৰি খোচাল বেগক কাটিলে। কাজলি এড়ি আহোমে সৰাইঘাটত গঢ় দিলে। লাম্মাখৰু ডেকা দুৱৰা দুই পাপুৰ গঢ়ত আছিল। সত্ৰাজিত আদি কৰি জত বঙ্গাল পাণ্ডুত আছিল। তাক এড়ি আগিয়াইটিৰ মঙ্গালিলৈ গল। সবাৰে উপৰি আব্দুল ইস্লাম নবাব, মুকুদি নবাব, দুই ভাগি হাজোত আচিল। ধৰ্ম্মৰাজা সমে বাংলাই চেটিয়াৰৰ তৈতে গঢ়। শৰাইঘাটৰ ঘাট আহোমে কালে। পাণুত পিতলৰ হিলৈ এটা পালে। পাছে বঙ্গাব্দে নাৱে উঠি যুগ্ধ দিলে; আহোমে চাপি নধৰে। কাৰৰ পৰা কাণ্ড-গুলি মাৰে মাক্স। খাল পাণ্ডু, সবাই