পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

barnet সেইবো কালৰ ৰচা নামে এক সদাগৰে গিৰিত আগৰ কাঠ কিনি আহে। মহাৰাজাৰ আজ্ঞায়ে তাক তৈ পৰা ৰুং চেটিয়ায়ে খেদি পঠালে, আৰু কাঠকে কাচি ললে। বলচা মূৰৈ। বোলে কোচ ৰজাক মাৰি আস পালি, সেইমতে আমাকে চল চাহ, আৰু পালে নেৰিম। আৰু সেইবেলা মহাৰা চৈ ধৰাৰ দায়েক নেওগক পাচিলে। বঙ্গালৰ বাৰ্তা জানিক লাগি, আৰু চাৰি পানি সিয়া চকিয়াল মানুহ দুমুহটো কেনে জলে। আছে তাকে চাবি আৰু বচনে বুলিলে জায়েতে লোহিৰ দখিনে গৈ কাজলি মানে ফুৰিবি গৈ আৰু বঙ্গালক পালে নেড়িবি। আহি কাজলি মুখত ভাত খালেহি। বঙালৰ চা-চকিখান একো নেদেখি লোহিত্যৰ উত্তৰ পাৰে উজাই আহিল। বেগ সিৰিৰ ভিতৰত পেটেলা নাও দুখানেৰে মাহ সৰিয়হ ধুপাত কিনিছে। তাত পাচ্ছে চেঙৰ গৈ বঙাল ২ খান নাও পাই তাক মাৰিলে। দোটা বঙালক পাই কাটিলে। তাক দেখি তঞ্চ। মুলৈ পলাই গল। নাওৰ যি বস্তু আছিল ভাবুকি, তমাহি, দিঘল ধূয়া পাত সকলো লৈ আহিল। ৰজাকো দেখালে। কথা বাৰ্তা কলে। খাজা বোলে বন্দি বলে জে মোৰ মাজ গায়ত যে কিনা কৰেহি আৰু কি থাকিল কথা। তিনি জনা ভাঙৰিয়াৰে আলচি ৰজাৰ মনেৰে ধৰিব খোজে; গোহাই বোৰে বেলে সি জে আমাৰ মানুহ দুমুহটো হোফয়া নাই আমি বাড়িলে ভাল নেকি। বতঞ্চল সুলৈ পলাই গৈ হাতে চৈয়দ বাবাৰত কলেগৈ। আসামৰ এৰ নেওগ আসি আমাৰ দুই আদ্মিক কাটিলে সব লুড়িয়া নিলে। পাসাক লাগি মত আগৰ কাঠ কিৰিলে, তাকে নিলে; এইপে কলত চৈয়দ বাৰাৰে সত্ৰাজিত মুখিলে, বোলে আলামৰে পৰিক্ষিত মানৰে সিগনা কোন সত্ৰাজিতে কলে দোলে ভৰিয়ে সীমা। চৈয়দ বাবাৰে বোৰ 3