পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আটাইকে বড়না গোহাঞিৰু লুলু খানৰ ভুয়া পাতি হোশোল যখিয়া দিলে। তাত পাচে পৰিচিত নামানেও মাল গোহাঞি ভাগি আহিবৰ সুনি, মহাৰাগাৰ ঠাইলৈ ভাগি সোমালত মহাৰাজালৈ খুজি পঠালে; মহাৰাজাও সৰনাগত বুলি এড়ি নিদিলে। তাত পাচে চুটিয়া, কচাৰি, চপাই আনি জাতি অনুৰূপে, ভাগে ভাগে ঠায়ে ঠায়ে পাতিলে। তাত পাচে চৈয়দাত গঢ় বান্ধিলে; সেই বেলা পিচা গুতে হাতি ধৰিলে। দোপগঢ়ত গঢ় বান্ধিলা, চোয়া তলৰ গঢ় বান্ধিলে, মমচা গঢ়ো চোঙ্গালে। দলে গুৰিতত বাহৰ কৰিলে। তাত পাচে বঙ্গালে পৰিক্ষিতক ধৰি নিলে। সেই বেলা ৰজাৰ হোলঙ্গত ৰখিয়া মানুহ এটা উঠিবৰ শুনি আৰু বড়ঢ়াকত কোবাব হই আৰু হোলোত নাকৰ খেৰগচিয়া চৰাই বাহ বান্ধিৰৰ তুই এই দায় ধৰি, তিনজন গোহাঞিৰ ভাইপোক খঙ্গকৈ জয়খামড়া খাতৰ ছাফলু খহাব দিলে, লগত কুকুৰা চোৱাদি। কুকুৰা চোয়ায়ে সপিলত সকলো ধৰি কুকুৰা চোয়াক কিলে। পাছে সি গৈ কিলাবৰ কথা ৰজাত কলে; মহাজাও দায় ধৰি ৰোল মোৰ জে কুকুৰা চোয়াক কিলালে মঞি এনে ক্ষেত্ৰি কাজলি আৰু মানুহকহে বিচাৰো। এই বুলি শংকৈ বড় গোহাঞিবে জাগিৰ চকি। বড়পালৰে বঙ্গহক কাজলি চকিত থাকিব দিলেগৈ। বুড়াগোহাঞিৰ বৃহক জাগিৰ চকিত থাকিব সিলেগৈ। পাছে সিবোষেও মহাৰাজাৰ আৰে সেইপে আহিল গৈ পাছে মহাৰাজাও চেটিয়া পাতৰৰ ৰহক বিচাৰি নিয়মকৈ, খেল বন্ধিয়াকৈ সিবোৰৰ সলনি হোলোজ অখিয়াকৈ দিলে। তাত পাচে বঙ্গাল আহি হাজোত বানা দি ৰহি হি। সেইবেলা নবাব চৈয়দ বাবা। ১৫৩৫ শকৰ ফাগুন মাহত মহাৰাজা আজৰে; কাকু বড় পাতৰক, ভণ্ডাৰি গোহাঞিকে 5াদ বাবা। দিহা কত সলাৰ পোনে পচিমাল গুফলাক জুশি- বই পঠালে। সিৰোৰা গৈ দিহাঙ্গত ৰজিলগৈ। পাছে অৰ