পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰণি অসমী শয়ত আমাৰ মৰজিয়াল খনিক, মৃন্ময় ও সাবিৰ শিকিবলৈ, দেয়া আহি পালেহি; তাৰ পৰাহে দেবীৰৰ মৃন্ময় মূৰ্তি পূজা চলিল। আৰু পূৰ্বত গৌৰ পাৎসাএ জেতিয়া চিল্লাৰাক বন্দি ঋৰি বৈচিলে সেই সময়ত একদিনা পালাৰ বেগমক সপে খালে; তাৰ দেশৰ বেজে চাব নোৱাৰিলে; পাচে চিলাৰায়ে গৌড়ত চিলাৰাই সমেহুয়া মন্ত্ৰেৰে চালে। পাচে পাৎসাএ এই আপাহ বন্দী। পাই চিলাৰায়ক বটা বাহন দি পুত্ৰ বোধে আপোনাৰ দেশলৈ পঠাই দিলে। পাচে চিলাবাগো আহি কতো দিন থাকি তাৰ দেশতে মৃত্যু হল। তাৰ পুত্ৰ ৰঘুপে, ঘিলাবিজয় পুৰত ৰজা হলহি। কত দিন থাকি ততো নৰনাৰানো মৃত্যু হল, এনেতে তাম পুত্ৰ লক্ষিনানো ৰজা হল। ৰঘুদেৰ বোলে, এফাল হল লক্ষিম- নান, মধ্যত হলো মঞি, যদি মহাৰাঙ্গালৈ লক্ষিনে কন্যাদি যদি মিত্ৰ হল, মধ্যত মঞি কি কৰি ৰহিম। এই বুলি আপোনাৰ কাৰ্য্য সকলৰে এক লিখা দি পাতালসিংহ কটকিক পঠাই মঞি একটা কা দিম বুলি পঠালে। পাচে মহাৰাজাও শুনি লক্ষিনাৰানৰ ঠাইক কটকি পঠাই বঘুদেৱৰ ঠাই, কটকি গতাগত কৰাই ৰঘুদেৱৰ ঝি মঙ্গল দৈ কুঞৰিক আনিলে পাচে কত দিন বাকি ৰঘুদেৱ মৰিল। পশিক্ষিত নাৰান বাজা হল। পাচে কতদিন থাকি পৰিক্ষিত নাৰানে ভায়েক ইন্দ্ৰ নানক মাৰিলত তাৰ ভায়েক মানসিংহ গোহাঞি মঙ্গলদৈ কুঞৰী। সেই ভয়তে থাকি কিছুমান মানুহেৰে পলাই আহি বুঢ়াৰজা দেৱত সমাগত হলহি। ৰাজাৰ গোষ্ঠী হেন জানি দাতিয়াল ৰা বোৰৰ নিয়ম তাৰ মানুহ দুমুহ সহিতে নামপত ৰাজাহেন নাম দি থলে নি। তাত পাছে নেউতি গাতে খাত কোচ ৰাৰ গোষ্ঠী। পাতি জইখামভাঙ্গ নাম দিলে। সেইবে। ৰাজাও ভিৰি গোহাঞিৰ বৈৰহৰ চপাই আমি লুলু বানৰ খেল পাতি