পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এই থাম কৰি, ৰাজা প্ৰতিক বাংলা কৰি জঙ্গি কন্যা কি বুলি, ভাল; তে েযদি ঐতিক কাঞ্চা কৰি কা দিব মঞে আমি। এই বুলি সিহতক বিদায় দিলে আৰু মূল্প মূৰ্তি সাহিৰৰ নিমিত্তে মজিয়া খনিকৰক লগত দি বিদায় দি পঠালে। পাছে সিহত গলত, নৰনাৰান ৰাঞ্জা সিহতক তুলি মহাৰাজাৰ কুশলা কুশলি বাৰ্তা সুধি, কতদিন থাকি আমাৰ আহোম কটকিৰ লগত সিহতৰ পাতাশসিং, গজসিংহ কাৰ্ষিক লগত দি পঠাই দিলে। দুই কাৰ্যি সহিতে মিহতো আহি সিহতে গবগা পাতহি। মহাৰাজাদেৱেও আহোম কটকি নি কথাবাৰ্তা সুধিলে, বলে তোহতৰ লগত ৰেহাৰৰ বা কোন কটকি আহিছে। সিহতৰ নাও পাহৰি বোলে গৰুৰ জে এটা সিঙ উপৰলৈ জাই, এটা বামুণ ফুটকি সিং তললৈ জাই তাকে কি গৰু বোলে। পাচে বোলে তাকে পাতাল সিঙিয়া গৰু বোলে; আহোম কটকিয়ে বোলে পাতাল সিঙিয়া কটকিক পঠাইছে, বুলি কলত পাছে মহাৰাজা অসন্তোষ কবি বলে আন দিন পৰদেশলৈ আহম কটকি পঠাবলৈ ভাল নহয়। ইঙ্গে মোতে ইমান কথাকে ভালকৈ কব নোতাৰিলে। লোকতনো কি কৈ কব। এই বুলি ব্ৰাহ্মণ কটকি লবলৈ বিচাৰি আনি পূজা ঘৰৰ ললে। কলিয়া কটকি ১ ঘ, ধৰাধৰ ১ ঘৰ, চণ্ডিব ১ বৰ, বড় গোহাঞি বিলাতৰ নাৰান পুৰৰ বাকৰি ১ ঘৰ, মহাদেৱ ঘৰিয়া আকাহু ১ ধৰ, বড় পাৰ বান ফজিয়া বহু কন্দলি ১ ঘৰ। আত কে বড় ১ ঘৰ, সাগৰ কন্দলি ১ গৰ, বড় কন্দলি ১ ঘৰ। চোট কলি ১ ঘৰ। সিলিয়াল ১ ঘৰ। বিৰিণা ১ ঘৰ। মাষ কললি ১ এই ১৪' ঘৰক বিচাৰি কটকি ললে, তাৰ পৰাহে ব্ৰাহ্মণ কটকি হল। পাছে বেহেফয়াৰ পাতাল সিংহকো তুলি কথাবাৰ্তা হৈ বটাহন দি আমাৰ যত্ন কলিক লগত দি বিদাই দি পঠালে। তাৰে পৰাৰে বেহাৰলৈ ৰূটকি গতাগত কৰিছিলে।