পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেশৰ লোকৰ নিজৰ খোলে, তাৰু মক্ষি নেৰাখি এড়ি দিন। এই ধুলিলত আকচু শোহাক্ষে বিমুখে টালি একে লোৰ মাৰি পাস জিনিলে। পাহে নৰনাৰানেও আকচু শোহাঞিক বঁটাবাহন দি জয়সিংহ কাৰ্ষিক লগত দি এক কন্যাৰ কাৰণ কৰি পঠালে। আৰু আমাৰ লোকন যি নিছিল তাকে এড়ি দিলে। তাতি জুগি জি নিহিল তাকে মাত্ৰ বড়নগৰত পাতি ৰাখিলে। তাৰ দেশৰ লোকজন যি আহিল, তাকে সেই লগতে এড়ি দিলে। ইহত পালত হি পাছে মহাৰাজায়ো লাঙ্গৰই পাৰত থৈছিল। পূৰ্বেও আমাৰ দেশৰ জি মানুহ গৈচিল তাৰে পৰা বাচি বাচি ভাগে ভাগে নিলে। সি দেশৰ পৰা অহা বহু বিত্তিয়াল দুৰ্গা মূৰ্ত্তিৰ চলন। মানুহ তাকে খেলে গেলে নিয়ম কৈ পাতিলে; এই নিমিত্তে এতিয়াও সেইবোবক ভটিয়া সোনাৰি, ভটিয়া কমাৰ বোলে। ভাটিৰ পৰা মানুহ আনি বৈচিলে জাতে তেহে সেই শনিক ভটিয়া পাৰ বোলে। পাচে আকচু গোহাঞিৰু নি সি দেশ কথাবাৰ্তা মহাৰাজা ৰকৰি সুধিচিলে, আকচু গোহাঞো সি দেশৰ ধাৰনে কথাবাৰ্তা সকলে কলে। আৰু মৃন্ময় মূৰ্তি দুৰ্গোৎসৱ কৰিবৰ প্ৰধান কৰি কলত; পাছে মহাৰাজা বোলে, সি দেশত জে কৰিব পাৰে, আমি জানো কৰিব নোৱাৰে। এই কথা মনত আচিল। পাছে গজাসিংহ কাৰ্ষিক তুলিলে। বেহেৰুৱা ৰাজাৰ কুসলা কুসলি সুধি, বলে তোক নৰনাৰান ৰজা কেমনে পঠাইছে। কাৰ্ষি বোলে নৰনাৰান ৰাজায়ে মহাৰাজাৰ ঠাই লৈ এইখন কহিব দিছে; বোলে মহাৰজাৰ আমাৰে পূৰ্বাপৰলৈ পৃতি গোট বৃদ্ধি হবৰ অৰ্থে এক কন্যা দিবলৈ ইচ্ছা কৰিছোঁ। আৰু তেওঁৰ ঠাইৰ লোকজন যি আনিছিলোঁ। প্ৰিতি হব নিমিত্তে তাকে এড়ি দি পঠাইচো নৰ- নাৰান ৰাজা মোহকৈ এই খানি কৈছে পাছে মহাৰাজা সুনি ভাল বুলি কতত দিন থাকি তাক তুলি ৰটা বাহন দি আমাৰ আহোম কৰি লগত দি এই খনি বুলিলে, ৰোলে তঞি নৰনাৰাম ৰাজাত