পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ আপুৰি বৰিলিহি তোক কি লাগে খোত অ িদিলো। খৰামি যায়ে বোলে মহাৰাজা মোক আন কিহো নালাগে মোক শৰ মোৰ মাৰিবলৈ এক লেটেকা সাল দিলে; পায়ে চিলাৰায়ে বদলে পৰ মোৰ আমাৰ বংশৰ নামে মাৰিৰি। তাৰ পৰা গৈ গৌড় পাসাক সমুখে খেদি গৈ যুদ্ধ ধৰিলে। পাছে গৌড় পাৎসাও জুত জিনি চিল্লাইক ধৰি বন্দি থানা কৰিলে। চিলাৰায়ো বন্দিখানাৰ পৰা এক লিখা দি এটি মানুহ পঠাই নৰনাৰানৰ ঠাইক কহি পঠালে। বোলে পূৰ্বেয়ে আমি স্বৰ্গ মহাৰাজাৰ থাপিত। তথাপি মঞি পীতৃৰ আজ্ঞানে নৰনাৰায়ণে নিয়া মানুহৰ মুক্তি।" মহাৰাজা ৰাজ্য মাৰিলোঁ। আন দেশ সকলকে মাৰিছো। এখন জে মঞি আহি বন্দিখানাত পৰিলেহি, এই সময়ত যদি আচম ৰাজা লোকজন আহি আমাৰ দেশ কামৰূপ মাহি পাছে কি কৰা যাব। এতেকে সেই মহাৰাজাৰ ঠাইৰু ভাল মানুহ পঠাই প্ৰিতিক দৰ্শাই এক কন্যাক আছি পঠাওক। আৰু আমি জি লোজন ওল আনিছে, ইয়াকো প্ৰিতিক দৰ্শাই মিত্ৰভাৱে এড়ি দি পঠাওক। পাছে এনেতে এখেতে থোৰাজা দেও স্বৰ্গ হল; বুঢ়াৰজা ৰজা হল। ততো নৰনাৰানে, চিল্লাৰাইৰ এই কথা শুনি বোলে যদি মঞি এতিয়া কন্যা আছি লোকজন এড়িদিম, এই কথা স্বৰ্গ মহাৰাজা শুনি বুলিৰ মোৰ ভয়ত থাকিহে, কন্যা জাহি লোকজন এড়ি দিলে। এতেকে তেও মঞি এক ফল কৰি চাঞ এই বুলি নৰনাৰানে, আকচু গোহাঞিৰু অনাই, তেও সহিতে পালাচাল পাতি, তে»ে সহিতে বোলে জদি মোক কুৰি ঢাল পাশত ভিৰিৰ পাৰ, তোৰ দেশলৈ লোক গন সহিতে মণি এড়ি দিম। এই- বুলি পাশ খেদিলত ১৯ ঢাল পাশ আকচু গোহা জিনিলে। এক চাল পাশ একে জোৰ দহতে লাগি আছিল। পাচে নৰনাৰাৰে বোলে দি এই জোৰ সহ মাৰিব পাৰ সত্য কৰি বুলিলে তো দেশৰ লোকজন জি আনিছে, তাকে এড়ি দিন তাৰ মাঝেও নোম