পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আৰু পূৰ্বে দেৱে ৰেউতি গাত থাকোতে, লিবোৰৰ পৰা অপকাৰ পাইচে, সেইবোৰক মাৰিলে কাটিলে। হেঙ্গান হাতিমুৰ পূৰ্বৰে পৰা এখন ৰেউতিগঞা আহোমতে আচিল। পাচে আহোমৰে পৰা গুচাই ইয়োখন হেলান হাতিষ ও বড় গগাহাঞি ফৈলিয়াক দিলে। আৰু ৰজা আৰ পৰা উপকাৰ পাইচিল তাক ভাল কৰিলে। অজাদেও কোঞলি কালত নাৰ পৰা অপকাৰ পাইচিলে, সেইবোবক কাটিলে মাৰিলে আৰু ৰেতি গাঞৰ পৰা আহি নাৰাই চোমদাৰৰ পুখুৰিত বৰসি বাইচিলে। সেই বেলা সোনাৰি ঝি কুঞৰিৰ ভায়েক ককায়েকে বজাদেৱক সপিলে। সেইকথা মনত আচিলে। আৰু পূৰ্ব্বত সোনাৰি ঝি ৰজাক এটা অপবাদ দি ৰজাত লগাই হে বেউতি গাঞলৈ খেদোয়ালে। ইয়ো কথা মনত আচিল। সেই খাতে সোনাৰি ঝি কুঞ্জ- বিক বঙ্গাদেৱৰ লগত মাৰি দিলে। তেওঁৰ বৈবঙ্গক কতো কাটিলে, কতোক মাৰিলে। ১৫২৬ সকৰ ফাগুনত পৰ্বতলৈ গৈ আলিয়ে বহ্মালে, পুখুৰিও খনালে, আঙ্গাৰাত ৰাদেৱৰ বাহৰ সাজিলে। ১৫২৭ সকৰ মাঘৰ ১৪ দিন জাওতে ঘৰ ললে। পায়ে সেই সকতে তাউকাকত ৰাজ্যে পাতিলে, নগৰ পাতিলে, পুখুৰিও নালে। আৰু খোৰা ৰাদেৱৰ দিনত জি সময়ত বেহেৰুৱা চিলাৰাই আহি আমাৰ ৰাজ্য মাৰিলেহি সেইবেলা তামোল নোখোৱা গগাহাঞি প্ৰমুক্ষে ভাঙ্গৰিয়াৰ ভাইপো জি বাৰক চিলাৰাই। ওল দিলে, সিৰোৰৰ লগত আনো মানুহ বিহুৰ দিলে, আৰু যুগি তাতিয়ে বিস্তৰ দিলে। পাছে আমাৰ ৰা মাৰি গাওঁতে, কচাৰি, ত্ৰিপুৰা এই তিনিখন ৰাজ মাৰিবৰ দেখি ভয়ত খাকি খৰামিৰ ৰজা আপুনি মিলিহি। পায়ে দিয়ে শষে হৈ পৰামিক বুলিলে, যোলে ইতেক মাৰিবৰ দেখি ৰে