পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মন নাপাই। এই বুলি ইয়াকো আলো, লেহেভিয়া চিাৰি ধৰি আনি কাটিলে। পাচে গড় শ'। ৰাজাৰ বাপেকীয়া যুখ। সহিতে সাতে ভায়েকৰ বিবাদ লাগিল। চৌচাম কো, চৌসাল কোঞ, চৌচাই কোঞৰ, আৰু জল্প কোৰ আৰু দুই কোঞৰ সহিতে সদিয়াক গল। তৈতে প সন্দিকৈয়ে বন্দি কৰিলে। হৈ পৰা ধৰি আনি জল্প। কোষক মাৰিলে। টিলো কোৰক আদি কৰি সবাকে চাৰিত পাতিলে। পাছে চয় কোৰৰ স্লোহ পাই সবাকো মাৰিলে। সক ১৪৮২। আত পাছে গৰগঞা ৰজা হুই থাকিল। ইয়াকে বাপেতিয়া যুদ্ধ বুলি কয়। শ্ৰীস্বৰ্গদেৱতা খোৰ ৰজা সলগুৰিৰ পৰা আহি গড়গাঞত নৰিয়া পড়িল। গা বিধানৰ হেন জনি বেউতি গাৰ লাই হামৰ বাৰিৰ পৰা লাঙি গোহাঞিক আনি খোড়া ৰজাৰ মৃত্যু! গোহাঞি বোৰেৰে হাদিৰাই ৰজা পাতিবলৈ বুলি গল। পাছে পোবাৰজা মুখত ব্যাধি হৈ খাব নোৱাৰি ১৫২৪ দিন যাওতে বৃহস্পতি বাৰে গধুলি বেল। স্বৰ্গি হল। পাছে তনখাম বড় গোহাঞি চাউপেত বুঢ়া গোহাঞি কনজাং বড়পাত্ৰ, বড় গোহাঞি ফৈদিয়া লোম ফুকন এইবোৰ প্ৰমুক্ষে সকলোয়ে মহাৰাজাৰ আজ্ঞা মানি লাগি গোহাঞি বা পাতি সেৱা কৰি ললে। পাছে লাঙ্গি গোহাঞি ৰজা হৈ বেলে মোৰ গাত যে লাগি গোহাঞি দেও আহে, এই দেও গাত আহিলে মঞি বাঙ্গ কাৰ্যকাম কি কৈ কৰিম। এই বুলি ৰজা সেই ব্ৰাহ্মণ নট বিয়াহ বাদ্য ভণ্ড মহাদেৱলৈ উৰ্গি দি আপোনাৰ গাৰ পৰা এই নৈ কাখৰৰ দেৱ ঘৰত থাপিলে; সেই বেলাৰ পৰাহে ব্ৰাহ্মণ সেৱাইত হল। খোৰা ৰাদেৱৰ দিনত আহোম নেমেছে পূজা কৰিচিলে। সেই সময়ৰ পৰাহে মহেশ্বৰৰ বলাম। ৭