পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

04 কনভঙ্গলৈ আহিল, তাৰ পৰা উইকাউৰলৈ আহিল। তাত থাকি খামতে, খুনতেঙ্গ, ভঙ্গতিঙ্গ, লেখাম এই চাৰিখন গ্ৰাম মাৰিলে। সেই নগৰে যি সকলে বড় কথা মাতিলে, তাক ককায়েকৰ মঙ্গই ভায়েকক ধুয়ালে, ভায়েকৰ মঙ্গহ ককায়েকক খুয়ালে। পাচে গুইকাউৰৰ পৰা নামপুঙ্গলৈ আহিল। তাৰ পৰা নামৰুলৈ আহিল। নামৰুত হাতী ঘোড়। পাৰ কৰিবলৈ নগা ভুৰ বান্ধি দিলে। পায় দুই দিহীতে উজাই লাখনে, তেলচা, এই দুইখন গা মাৰিলে। তৈতে অধিকাৰী কৰি খুনতেঙ্গক থৈ আহিল। পাচে দিহীজে ভটিয়াই তিপামলৈ আহিল। তাতে ৫ বস থাকি হাবি গাতি দেখি নেথাকি লুইতে ভটিয়াই হাবুঙ্গলৈ আহিল। তৈতে ৩ বৎসৰ থাকি তলজোয়া গাতি দেখি নাথাকি দিলীহ মুখলৈ আহিল। তিপামৰ পৰা পানী আহিবৰ জানি তৈতে চত। থাকি উলটি দিখেএ উজাই শিলপানীলৈ আহিল। তাতে জুখি দিখৌৰ পানী তকৈ দোজোখা গধুৰ পাই চংতক নাও দিলে। তাৰেপৰা চাতক বোলে। তাতে চাৰি বৎসৰ থাকি তাউখুননাকক অধিকাৰ পাতি থৈ শিমলুগুৰিলৈ আহিল। তাতে পাঁচ বৎসৰ থাকি বানচাঙ্গলৈ আহিল। তাতে ন ভাত খাই পৰবলৈ আহিল। তাতে উত্তৰে দখিনে পখৰা ঘোড়াৰে ফুৰি সোণ ৯ টকা, তয় ২ গছ, খাম ১, লুবাৰে কৰি নগৰ ললে। তাৰ পাচ বৎসৰৰ পাচত ৰজা মৃত্যু হল, ভোগ ৪৪ বৎসৰ। তোৰে পুত্ৰ ৰজা হল। ৰজ ভোগ ৩২ বৎসৰ। তেৰে পুত্ৰ চুহঙ্গিফা ৰজা হল; ৰাজ ভোগ ৩৮ বৎসৰ। তোে মৰিলত ৫ বৎসৰ অৰাজ্য আছিল। পাচে ডাঙ্গীয়া সকলে আলচি বিচাৰ কৰি তিপাম গাৰ পৰা বিচাৰি আনি চুতেআহক আন আন ৰজা। ৰজা পাতিলে। তেঞো সহিতে ছুটিয়া ৰজা এনে সাদি সব বন্ধালে। কততদিন থাকি পাচে মিত্ৰতাক দৰ্শায়, নাও খেলাই ৰংকৰে বুলি চল কৰি নাৰত তুলিলৈ গৈ মাৰিলেনি, না