পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-পাৰ। পুৰণি অসম-সুৰঞ্জী মজা দেৱৰ দিনত চাউবেকৰ শইকিয়া হল। এয়ে ভগনীয়া ৰা দেৱৰ দিনত ৰজা শশুৰেৰে এক কথা হৈ পৰ্বতীয়া বড় গোহাঞিৰু মালে। আৰু পূৰ্বে বজা দেৱলৈ যাই সন্দিকৈৰ জীয়ৰী। এজন পৰিছিল। তোৰে ভনীয়েক এজনা এক আহোমত পৰিছিল। পাচে বায়েক আই কুৰীক চাবলৈ আহিল গৰ্ভেৰে সৈতে। তেঞেৰে তত গভুৰা লৰা এটি হল। ৰজা দেৱে বোলে মোৰ গড় ভিতৰত যে লৰা হল, ইয়াৰ নাম বৰপাতৰ। এই নিমিত্তেহে এতিয়াও সেই ঘৰক হৰ পাতৰ বোলে। আৰু দিহীদিয়া ৰজা দেৱৰ দিনত এক ভিয়া হতোয়া দৌল বন্ধালে। সেই দৌল বড় সুন্দৰ হল। বা দেৱে চাই ভাল দেখি পাচে সেই ভিয়াক ৰটা বাহন দি তাৰ নাম দিলে বোল চেটিয়া। চইনা সন্দিকৈয়ে গৰ্ভেৰে তিৰোতা এটা আনিলে। তাইৰে লৰা এটী হল। এই জহৰা লৰায়ে চৈনা সন্দিকৈৰ বহু বুলি, নাওবৈচা ফুকন হল নাম জীউধন। গুঞিমেলা গগাহাঞিৰ ঘৰণীয়েক পাতৰৰ জীয়েক মাৰ জীয়ৰি এটা বেটীকৈ মেলাইছিল। সেই বেটাৰ জহৰা লৰা এটা হল। সেই লৰা ডাঙ্গৰ হুই বড় গোহাঞিৰ বঙ্গহ বুলি হেঙ্গান ধৰা হল, নাও জপ।