পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বলে। সেই মলে মখাৰ ধুন্ধত নগাৰু আগভেটি ৰাখিলে। আপাহতে কানগণ বড় গোহাঞিৰ হাতত দি নাম দান আখ। দিলে লানমা। কুলত এইঘৰ মৰাণ। আৰু পূৰ্বে নডা ৰজা ছুটিয়া, কছাৰী, মৰাণ, নগা, বৰাহি কমতেশ্বৰ এই বোৰ খুত তুলিছিলে। পাচে ইয়াৰে খুত তুলিবলৈতিনিটা মানুহপঠাই দিলে। কমতেশ্বৰলৈকে বহিলৈকে এটা, ছুটিয়ালৈকে মৰাণ পাই। মৰাণলৈকে এটা, কছাৰীলৈকে নগালৈকে এটা। পাচে বিমুন নামেৰে এইটো আহি কছাৰী নগাৰ খুত তুলি চুকাফা মহাৰাজাৰ লগ ললেহি। পাচে ৰজা বেথাকৈ তাৰ নাম দিলে যিমুন পাত, এতিয়া ও নড়াৰ পৰা অহা এই ঘূৰকেহে বোলে মৰাণ পাতৰ। আৰু সি দুটাও খুত তুলি মহাৰাজৰ লগলৈ আহিল। বক্স। দেৱে বুঢ়া দেখি নাম দিলে থাওমুংথিমা। পাচে কততদিন থাকি মহাৰাজা নাম দিলে বেথাকৈ গড়গঞসন্দিকৈ। গড়গঞা সন্দিকৈ। আৰু পূৰ্বে চুকাফা মহাৰাজাৰ দিনত ছুটিয়াৰ গাঞে। মাৰি অটা মানুহ আনিলে, সি ঝলম বাটিব পাৰে। পাচে মহাৰাজ। কলম বটা দেখি স্বৰ্গদেৱৰ ঘৰত চয়জৰি বটাকৈ দিলে। চাচাই নাম দি আহমৰ লগত থাকিব দিলে। আৰু চুহান ৰজাৰ দিনত চাওকাং বাঙুক বড় গোহাঞিৰ দিকিৰ বেটীৰ লৰা অটি হল। সেই লৰা ডাঙ্গৰ হৈ বড় গোহাঞিৰ বঙ্গহ বুলি ফুৰিছিল। পাচে বড় গোহা এই কথা শুনি খুচি মাৰিব ধৰিলে। সেই লৰাএ এই কথা জানি নৈ পাৰ হৈ গৈ ফুলং খামপেৎ বুঢ়া গোহাঞ্চিত শৰণে পশিল গৈ। বোলে দেবে মোক যা কক, যদি নাৰাখে বড়গোহাঞে মাঝে; পাচে বুঢ়াগোহা েসেই লৰাক বাশি পাপং নাম দি আহামৰ লগত পালে। এতিয়াও পাপ। সেই ধৰক পাপং বোলে। যাতে বড়গোহাঞিৰ বীৰ্যৰ লৰা বেটীত হল এই নিমিত্তে পাপং সহিতে বড়গোহাঞি পৰিয়াৰেীয়ৰী অনানিয়া নকৰে।