বেশি খুশী পৰিতিন নাম থাকিল লাহাৰ। চোমচিৰিগৰ সি পাত পুতেকৰ চালকেহে ভোৱাল চেটিয়া যোলে এতিয়াও। জিউ পলাই গৈ বড় গোহাঞি খেলত মোমাই বল নিমিতে এতিয়াও সেই খাকে শাজান কোণে। খাতোল চেটিয়াৰে লাহানৰে একে বহ। পূৰ্বে চুকাফা ৰাজা নামি আহি তিপাত আহোতে এক ঘৰি মৰাণ পালে। তাক ধৰি আনি কাঠি জোৰাই আনিলে তাৰ নাম দিলে খিং খিং। তাৰ পুতেকে বেজি কানত চিতপাতৃৰ। বেত সুত সুমুৱাই কুসুখা শিলে। তাৰ নাম থলে খিমত। খোৰা ৰা দেৱৰ দিনত তাৰে নাতিকে নাম বলে চিতপাত। এই ঘৰক বড় গোহাঞিৰ তিংখঙ্গিয়া হাতীমূৰত আহম কৈ দিলে। এই নিমিত্তে হে বড় গোহাঞিৰ তিংখঙ্গিয়া হাতীমুৰত খিমত পাতৰ বুলি মাতে। আৰু বুঢ়া ৰজাদেৱৰ দিনত চাওকাং বাক গোহাঞিয়ে ছুটিয়াৰ গাঞো মাৰি অটি মানুহ আনিলে। বড় গোহাঞে তাকবেথাকৈ লগত লৈ ফুৰাইছিল। পাচে সেই ছুটিয়াক মাৰাজা জানি লগত লেনি। তাক কাৰ্য্য কামত ভাল পাই ৰজ। দেৱে নাম-দিলে হনহন পাতৰ। চুহুম ৰজাৰ দিনত তুবক যুদ্ধত আপাহ পাই তাৰ নাম দিলে লুকতুদুঙ্গ। খোৰা ৰাজা দেৱৰ দিনত তাৰ পৰিাতিৰ আপাই পাই নাম দিলে হাৰিধং দুৱৰা। বুঢ়া ৰা দেৱৰ দিনত জইবাঙাং খাতলৈ ৰজাদেও সাতে এয়ে শিয়ালৰ মাতে মাতি শিয়াল ধৰিলে। পাচে ৰজাদেৱে ৰং পাই বদলে ই পৃকালি হৈ। সেই মাতে তাৰ নাম ৰল কালি। ইয়াৰ পুতেক নাতিয়ক কলিয়াবৰত পানীসিয়া পাতি ঋণক, নামলৈ আছিল। পাচে আঙ্গি বড়কুক। এয়ে বুঢ়া ৰজাৰ দিনত হাজোৰ তলৰ যুদ্ধৰ পাচৰ পৰা নাম গলে লাঙ্গি বড়ফুকন। কুলত ই ছুটিয়া। আৰু চুকাফা মহাৰাজা নামি আহি তিলামত আহোতে এক গণে অজাক বেগেনা ঘোগাইছিল। আহম মাতেৰে বেজেনাৰু মাখ
পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৪৪
অৱয়ব