20 মাই নি খেলুং হাতী যুত হাতীমূৰীয়া পাতি বলে তাৰে পুতেকক বাড়ীয়া মমলৰ অধিকাৰ পাতি দুৱাৰ ঘৰত থাকিব দিলে। সেই দিনৰ পৰা হে দুৱৰা নাম ফুল। কাশচান বুলিবৰ এটা আছিল এই ফৈদৰ। ইয়াৰে মাক সুপুষ। খুনৰ জীয়ৰী। এই নিমিতে হে সেই ঘৰক লুখুখুনে নিলে। তাৰ লুৰি ফুলত আহম হয়। লুখুৰাখুন হৈ হীন ৰ চিলা। হল। চুড়াম ৰজাৰ দিনত ফুটুকাতলিত পন্থ মাৰিবলৈ যাঞোতে দুৱাৰৰ ঘৰৰ ৰজা কুকুৰে পৰ ঠেঙত কামোৰ মাৰি ধৰি পহু ৰাখিলে। পাচে ৰজাই ৰঙ্গ পই কুকুৰৰ নাম দিলে যাচিলা। সেই নামে এই ঘৰৰ নাম হল জাচিলা। চুকাফা ৰজাৰ দিনত ছুটিয়াৰ নিলগীয়া গাঞত মানুহ অটি পাই লৈ আহিল। কতো দিন থাকি সেই মানুহটিক উচৰ্গি চোমদেৱলৈ নিলে? তাৰ নাম দিলে চোমচিৰি! আৰে পিতৃহা, লুহান আঠ পুত্ৰ হল। তাৰে নাম খাতমুং, পানমুং, খালুং, টেফাই মুং, লুচিং, লুংঠকি, নজিউ, চাইমুং এই আঠ পুত্ৰ। পাচে নজিউৰ ভনীয়েকেৰে বাদ উঠিল। সিহঁত ভায়েকে এই কথা জানি নজিউক খুচি মাৰিব খুঞ্জিলে; নজিউএ জানি দিখৌ পাৰ হই পলাই গৈ চাওকাং বাক বড় গোহাতি শৰণে পশিলগৈ, বলে সাত ভায়ে খুচি মাৰিব খোজে দেৱে মোক ৰক্ষা কৰক, মঞ্জি তাই কুকুৰ চোৱা হুই থাকিম। চাওকাং বাখুক কড় গোহ ৰাখি হাহঁ চোৱাকৈ দিলে। তাৰে নাম থলে পিতান। হক আহম কথাৰে পিত বোল। যিহকে কি নাৰাগৰুৰখীয়া হলে হান বোলে। এতেকে হে পিতহান নাম দিলে। সি মৰিলত তাৰ পুতেকেও হাই চাইছিল। আইম কধাৰে পুতেকক লুক বলে, এতেকে তাৰ নাম দিলে লুকহান। সিও মৰিলত তাৰ পুতেকে বাহঁ চাইছিল। আহ কাৰে ৰাতিক মা ৰেলে, এই নিমিৱেহে চোমচিৰিৰ আৰু শাহান।
পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৪৩
অৱয়ব