পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গলে তাৰা বড় শায়ফেকৈ দিলে দুই হাজাৰ পতি;

  • গাজাৰ লগত হাতীৰ বাঁহ কাটি দুটা অহম আহিলি

তাকো খোবা দেবে ইৰ পৰা গুহাই বহীৰ টেৰুেকৈ দিলে। এটাক এগতে ললে। তাৰে ঘৰ চাহ এই গৰে লাপেতি ফুল দিইঙ্গিত পাতিলে। আৰু মুঞ্জিল টুৰ্নান আহৰ জীয়ৰী ৰাদেৱত পৰিছিল। লান্ টুৰ্বান আহম খাটৰ টেকেলা আছিল, কতোদিন থাকি লান টুৰ্বান আহমক ধান চোৰ পাই ৪২ টকা ৰূপ দাড়ি লে, এই কাৰণে লান্ টুৰ্বান আহমে বাঁহৰ চুলাত জাঠি ভৰাইলৈ মিচাঙ্গ চোছ সলাওঁতে ৰজাক খুচি মাৰিলে। পাচে তোৰে পুতেক চুপিন বাজা দুই লান টুৰ্দান আহমক নিলগাই নি দেৱগাৱৰ নামে কাটিলে। সেই খেনিকে দেৰিয়া জান বোলে। লাউত চিৰিং ডাঙ্গৰ, এই সৰ চেঙ্গধৰা বড় বড়। কনাই পাতৰ ১, কামুং ১, লাইতা ও ১, ধামকন ১, ঘুষ ১, শামুক ১, চেঙ্গখুন ১, শনি লেঙ্গ ১, লাকাপ চুকাফা ৰজা দেওৰ ১, তাং ১, কানপেঙ্গ ১, চিতল ১, কনচেঙ্গ ১, লাযেঙ্গ ১, নপিৰ ১, বঙ্গ ১, তুমাই ১, লেমুং ১, বৰিঙ্গ ১, বসেন ১, বঙ্গ ১, ফংফাই ১, এয়োমুখ ১, এই তেইশ ঘৰ ৰাজা দেৱৰ লগত অহা, নিয়মৰ আষম। উইড়ামৰ ঘৰ, বাৰুকত মোচাই, যেতিয়া অসম, এই তিনি ঘৰ নিয়মৰ অসম নহয়। চুহুম ৰজা দেৱৰ দিনত যেতিয়া কোৰে কটাকটি কৰি মৰিল, তেতিয়ে এই তিনি বৰ আসমৰ লগত সোমাই আমম হৈ থাকিল। মিৰ এঘৰ পূৰ্বে চুকাফা গঙ্গাৰ শগত অহা আলম। বুঢ়া গোহাঞি খেলৰ লালিম হাতী মূৰৰ ফৈন কহল ৯, বড় পাশী ১, সৰু পানী ১, কিচি ১, নিম ১, এল ১, অন্য ক নীতি যোগাইতি। তাৰ পাত যত ক্ষে গত অহা আহম।