পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাওৰুক, এই বড়গোহাঞি। খাওমুংকাৰ! মু, এই ৰে সন্দিকৈ; এই ঘৰকে খাম বড়গোহাঞ্জি পাতি থৈ আহিল। থাওমুংমাংৰাই এই ঘৰ সাত বৰ ভাগীৰা। বুঢ়া গোহাঞি। খাওমুং এই অবো সন্দিকৈ। থাও কেও এম এই যে সন্দিকৈ। থাওমুং খুন্তানকে এই ঘষে সন্দিকৈ। থাওমুং খুস্তাই এই ধৰকে কে বোল। এই সাত ধৰ তৰে পৰা নামি অহা ভাল ভাগীয়া। পণ্ডিত মঙ্গ এঘৰ। তৰে পৰা অহা ফপিম এ। হাতী মাউত, মোমাই তামুলি মহাৰাজাৰ বেটীৰ লৰা। মহাৰাজা স্বৰ্গী হলে দেবতাৰ ঠেঙ্গ তলত কাইচুপকৈ দুখুৰাখুন। চেপি দিব লাগে। এই নিমিত্তে হে এই দুই ঘৰক সুখুৰাখুন কৈ ললে। আৰু এই দুই ঘৰৰ জীয়ৰী যি নিএ তাৰ বড় পুতেক হলে সেই খেলতে লুখুৰাখুনকৈ দিব লাগে। বড় জীয়েক হলে চাঙ্গত বেটী দিব লাগে। পূৰ্বে দেবতা সকলৰ নিবন্ধ আছে এই দুই ঘৰৰ বঙ্গহক উদ্ধাৰ কৰিব নাপাই আৰু কছাৰ ঘৰৰ চাঙ্গৰ তলত যি সোমাই সেই মানুহকে লুখুৰাখুন কৰে এইবোৰকেহে স্বৰ্গদেউ সকলে মূহ গৰু গাহৰি মদ ৰাজক খুৱাই উদ্ধাৰ কৰি লয়। পূৰ্বত এই নিবন্ধ কৰি গৈছে। এই নিমিতে হে লুখুৰাখুন বিস্তৰ হল। চুকাফা মহাৰাজা নামি আহি পৰ্বৰতত ৭ ঘৰ বৰাহি পালেহি তাৰ নাম গাম ১, লখাই ১, সুপুং ১, বভি ১, হাটাই ১, বখাম ১, বড় কুমাৰ ১, এই সাত ঘৰক মহাৰাজা সাত ঘৰ বৰাহী। বেথাকৈ কতোদিন থাকি চালমাই পাতি ললে। বেজকুকুৰা চোৱা ভণ্ডাৰী নিয়মকৈ ললে। আৰু স্বৰ্গদেৱে পহু মাৰোতে বাৰিতাপ ফাখৰত যিযেৰ সামান্য বহি পালে তাকে দিইঙ্গিয়া। দেবৰ দিনত বড় পাতৰ পাতি তোৰে খেলুকৈ দিলে আৰু উদ্ধাৰ নকশা সামান্য নুন বি,