পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুশি অপম-খুৰঞ্জী বড়গোহাঞিৰু শোৰুঞ্জন দি মাতৰাৰ সমুখে 'পঠালে। বড় গগাহাঞি বৰলে মঞি যুদ্ধ কৰি নাহে মানে কোনো ক্ষনে কোনো কথা কলে তাক নল। ডাঙ্গৰ লেহীয়া অসৰীয়াকো ৰাখি ওবা। দণ্ড বন্ধ নকৰিব আৰু মোৰো কোনো কথা লগাই কলে, তাকে নলবা। মঞি আহিলে বিচাৰ কৰি শাহ বুধ। ও কৰিব। পাচে ৰাজা কোলে ভাল, তঞি মাঙতক যুদ্ধ কৰি মাহ মানে মঞি একো কথা নকৰো। পাচে বড় গগাহাঞি যুদ্ধলৈ গল। তিনি আহিন যুদ্ধ কৰিলে, মাঙতৰাৰ বহুত লোক পৰিল। যুদ্ধে নোৱাৰি মাঙৰা হুহকি থাকিল। পাচে মন্ত্ৰনা কৰি বোলে ই বড়গোহাঞি থাকে মানে মঞি যুজে নোখাৰে। এই বুলি এপাত সুবৰ্ণৰ কাণ্ড গঢ়াই তাতে লেখিলে বোলে মুঞি না ৰাজাৰ সকল দিনৰ যেটা পো, যেনেতেনে আপোনাৰ মই জীএককে মোত দিছে। মঞি যুদ্ধলৈ নাহে তো বড় গোহাঞি মোলৈ কলে বোলে নড়া ৰাজা অনেক ৰূপে বাজাকো আমাকে দুখ কষ্ট সিএ। ইয়াৰ ভোগ উঠিল তেঞো যুদ্ধলৈ আক। আমি যুদ্ধ কৰে। বুলিগৈ, তোকে আনি নড়া ৰাজাক খেদি ৰাজা পাতি শম, এই বুলি গোহাঞে কলত হে মা আহিছে। এতিয়া যদি নাযাবলৈ বোলে নিচই কৈ কব, সেই দিন মঞি যাম। পাচে সেই কাণ্ডপাত সৈন্যৰ মাঝলৈ মাৰিলে। তাকে ভাল মানুহ এটাই পাই গোহাঞে নজনাকৈ নড়াজালৈ দি পঠালে। পাচে কাণ্ডপাতত এই লেখা পাই জিজ্ঞাসা নকৰি বোলে এমেহে মোৰ প্ৰধান শত্ৰু। ইয়াক ততে মাৰক গৈ। এই বুলি মাহ পঠালে। সেই মানুহ গৈ গোহঞিক দাৰে কাটে, টাঙ্গনেৰে টাৰ্নিয়াই দুই তিনি দিনও তেও নমৰে। পাচে গোহাওে বোলে নড়া ৰাজাৰ ৰাজ্যৰু দুৰ্দিনে পালে। ই ৰজা আৰু মোক মাৰাখে। আপুনি হে দুখ পাও এই বুলি গোহাকে কলে শুইতে আন ঠাই কাটিতে খুচিলে মঞি নময্যে। খিণ কালে ফোখত কাটিলেৰে ৰে, ২