পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুণি অল-মূখী দেখি। এইপে সকলে বুলিত, ও আয়না পড়া মিলে। আয়াত যাৰ ভাই কই নাই তাকেহে সুকুমাই আহোম বদলে। পূৰ্বে মড়া বা মাগুত কৰ ভাৰ দিলি। পাচে দুই তিনি বাৰে নড়া না সহিতে যুদ্ধ কৰি নোৱাৰি, পুনৰ্বাৰ নড়া বাতে শাপল্প হৈ গুজৰ প্ৰতি কৰি কৰ ন ভাৰ দি আলি। পাচে পড়া বা সম্ভোৰ হৈ মাতা। মাতত একক বিৰাই দিলে। শাঙত কুত জুগি। কতো দিন বাকি শাঙৰা বড় কাপ এখাৰ এটা ঢাকা অণ্ড এখান শ্ৰীৰ শোলিতেৰে বোলাই অনেক চিত্ৰ দেশৰ মামা কৰি জীএকত কৈ নড় লৈ দি পঠাতে, যোলে যেনে উপায়ে পাৰ বাপেৰে গাত ই হেন কৰিবি। পাচে জীএকে সেই কাপৰ আনি নড়। বাঙ্গাক দি বোলে কাপৰ দুখানি তুমি লবৰ নিমিত্তে জোয়া দিছে। নড়। জা বোলে ভাল লম। এই বুলি পাত্ৰ মন্ত্ৰীসকলত সুধিলে বোলে, মাঙত যে কাপৰ দিছে গাত লোৱা যাৰ নাযাব? পাত্ৰ মন্ত্ৰীসকলে বোলে, বিদেশৰ বস্তু যদি উত্তমম হই, তাক ৰাজ্জা পৰিধান কৰিবলৈ ভাল নহই। এই বুলি কলত ৰাজা শুনি থাকিল। পাচে মেল ভাঙ্গি ভিতৰলৈ গলত জীএকে সেৱা কৰি বোলে তোমাৰ সেৱাত লাগিবৰ নিমিত্তে বাঙ্গাএ অত্যন্ত আদৰ কৰি দিয়ে। পিন্ধিবৰ শুনিলে ভাজৰ অসন্তোষ পাব, মোফো খ কৰিব। এইপে কলত বাঙ্গাও কাপৰ গাত ললে। দুই একদিনৰ পাচত নড় বজাৰ কপালৰ চক্ষুটো গুছিল, আগতকৈ তে শক্তি ও হ্ৰাস হল। পাটে জীএকে গৈ সকলো কথা মাঙতত কলত মাঙত হৰ্ষ কৰি লোক জন আহিলা পাতি তিয়াৰ কৰি নড়া ৰাজাৰ সমুখে যুদক আহিল। নড়াও যুগ্ধৰ কথা শুনি প্ৰধান অন্ত্ৰী