পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পুৰণি অসম-বুৰঞ্জী
১৭৫
 

 “স্বস্তি নিজতনু সৌন্দৰ্য্য গঙ্গাজলসদৃশ পৰম পবিত্ৰ শ্ৰীযুত ৺স্বসুৰ বড় নবাবকে জঙ্গবেগাৰ কাৰ কৰ্দ্দম পৰম খুব চৰফৰাজ তোমাৰ নিদাগ মেৰ সম্মত হাল হজুৰ সুদামদ চৰিয়জ গোস্তন সাবকো নাম ভেঙ্গেচি ও তোমাৰি কলম গাসি জে বাদুল হাৰাম জাদা সিতো তোমাৰি ৺কো পোহিল ও আবৰ ডাইডাঙ্গৰিয়া ও গয়ৰহ কোপাই কান অপুকেৰ গাল মাৰিতে সাচহে ও অপৰ জে বেজদলৈ বেটা জোকুচ জবাব পহিলকে বতাএত ভেজ হৈতে চিল সে জোহম বাত তামামকে ঝুট, আদি নথাকে দোভচিয়াৰহে জদিসে আমাত সাত একলাস-