পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰণি অকা-খুৰঞ্জী বোলে এক উপকথা কও সুনিবি-দুটা মৰা চড়াইৰ যুদ্ধ লাগিল, ইগছৰ পৰা সি গছলৈ যাই তাত ৰব নোৱাৰি কোটা পুতিকৈ পৰ্বতত পড়িল; তাৰে পৰা পৃথিবীত পড়িল, অনেক বেলি মূৰ্চিত হৈ আচিল; দুই পক্ষিৰ যুগ্ধ হস্তি সকলে দেখি তাৰ এক ময়দাৰ যুবা হস্তি বোলে এনে ঠাই এড়ি আমি কলৈ যাম; যদি পক্ষী আহে আমি তাক মাৰিব নোৱাৰিম নে কি। এক বুচা হন্তিএ বোলে ইঠাইত থাকিলে আমাৰ কল্যাণ নাই। এনেতে দুই পক্ষি জোটাজুটিকে হস্তুি সকলৰ আগত পৰিল হি। চক্ষু কৰ্ণত নখলাগি ঘা লাগি চক্ষু মুদি লল লাগিল; খালে জোঙ্গে, দোপে বোকায়ে পৰি অনেক মৰিল। দুই চাৰি পলাই এড়াল। এইৰুপে বুঢ়াৰ কথা নলৈ মৃত্যু হল। এতেকে হাতি ঘোড়া আন্দোলনত সংখতত জলসোনিত জঙ্গল বালা জুথে জুখে আই; পসু পালা খাটাখুটা মজুম খাঁ মুখে চাব ডাৰি, খানাবে হাৰ ভঙ্গ জাইব গুয়াহাটা বাৰি। পাচে এইৰূপে বুলি উকিল গল। তদনন্তৰে মজুম খা সসটে খেদি আহি অনেক ঠাইত যুদ্ধ কৰি শিলিখা তলত বলগৈ। তাতে বাদুলি বলি, বোলে মই সকলেকো বৰাই দিম থোক ঞ্জাপ। মজুম খাএ বোলে ভাল তঞি বৰাই দে, তোক ৰজা পাতিলে; সেই লগতে দলালখক দিলে পাছে যুদ্ধে নোয়াৰি বঙ্গাল ভাগি তিপামত ৰলগৈ। দলালখাএ মিৰ্জামুলালৈ কলে, বাদুলিৰ সাহব সকল জুটবাট। মিজ্জামুলা বদলে জি কৰিচে সবে জুট বাত। পাচে দলাল খাঁ গদাইকে বাহিৰ মুলক ৰাঙ্গ মন্ত্ৰিৰ ঠাইলৈ পঠালে, বলে জেনে তাৰাৰে গো ব্ৰাহ্মণ সুখে বহে তেমন কৰিব; চাৰি পাত্ৰৰ বেটা, ৰাজমন্ত্ৰিক বেটা, ৰাজাৰ জি পাসালৈ মোক ফিৰাই পঠক। মঞ্জি বোলে ভাল, চান্দ্ৰায় সুলতান মাধচৰৰ মিত্ৰত কহ জাই জদি সত্য কৰি বোলে আমি পাসাই লোক পৃতি কৰি পঠাওঁ এই বুলি। দলাল খাঁ সুনি চান্দ্ৰায়, সুলতান, মাধচৰণ তিনি হাতত লেখা দিলে। লেখাও এই