পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰণি অসা-বু মঙ্গলাগাৰ শ্ৰীযুত ডিল্লীশ্বৰ পাৎসাহ কে নাচ বাম জীয়াদা হুকুম আৰ। পশু চব বাচ কমৰ বম এক অন্তকো মহকুম ক যুত নাখানা চিপৰ চানা আমিবল উমা ও নবাব আজ যোয় উমৰ কৰিব। ডেচত গুণাগাৰ পৰিয়াও অপৰ হাৰ আলমকেল পৰ বহুত ৰাগাৰ মূল প্ৰতাপ আৰ কোচৰে হাৰ। পহিলকো আসাম বিয়ত কুচ গেহে খাস্তগি, পাস্ত মহকুম কৰ্ম তেগৰ ৰচনা বা শ্ৰীযুত ৰ শ্বশু বিশিস্ত গুণাগাল দিন স্কুল পাত্ৰাধিপাত্ৰ মহামাত্যক নাশিক্ষা ও আগৰ কামশ বিলাত ও এমেদ ওবাক আশোল ইয়াদ পৃত সৌগন্ধ বাক জব্দ হকিত খত কিতাৱত মেচোপবাদ অতএব দোতফ খোস মেদ। স্তনদ এতো দোহান জেনমা বোক্ত পূৰ্ববেক সেনা ফিৰিব আমিও তাকেসে বাঞ্চো পূৰ্বপৃত আন্দান্ত সনাতন ওমিৰ গল্লান ও মাখচৰা তথাহত অল্পনা কৰিবেক। ইতি সন ১৫৮২ ফান মাস।” তাতে পাচে নালোয়া হৰামক লাপপতি ফুকনে তুলি বলে তঞি ইকথা কব নাপা; বড় দেউনিয়াক মাৰিহে লৈছো এইবুলি ফাগুন মান বিধাৰণ দেখি শ্ৰীসূৰ্যৰ পৰা ওলোটাই পঠালে। আমাৰ দুই- মানুহ লগত দি পাছে মজুম এ বোলে ভাল বড় দেউনিয়াক চাষ কৰিলে আৰ খবৰ পাৰি এই বুলি আমাৰ মানুহ পঠালে। পুনৰ্বাষ বড়দেউনিয়াক মাৰি নালোয়া হৰামক পঠালে বলে বড় দেউনিয়া চাষ হল গুয়াহাটি চাবি দিয়ক। পেতি ফুকনে বোলে ঈশ্বৰে জাক দিয়ে সেয়ে পায় তঞি বুলিলে কিয় পাবি, এই বুলি ওলোটাই পঠালে। মিমুলা উকিল লোৱা হাৰাম ইহতক ৰেজি দিয়া চাউল ৬ পুৰা চিকন ৭ কলহ মাহ ৩ পুৰা মুগ ২ পুৰা, গুড় ৪টা চিনি ৭ সেৰ বালুক ১ সেৰ, শোন ৮ সেৰ তেল ৪ কলহ ২, খাহি কুকুৰা ৫, মাচ ৭, তামোল পান ২ পাচি, হাইডিমা ৯ পোন, সুমিত্ৰা তেঙ্গা ১ ভা, শাক পাত ৩ ভা, হশি’১টা। উকিলে আন সিধা ৰাখি পহুটি মেলিলে; বোজ দিয়াৰ আগত