পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬৩ পুৰণি অসম-নী সেক্ত কোৰাৰ বাৰ লেঢ়াই হৈয়া, আজাৰ কাহোগা ইল্লা হুকুমকে ১১ বোজ দোয়াজ মহমেৰু ৰোজ এক মহিন দুই চয়মকে মুহিনফেৰ মহিম দোলকে মাৰ হাই দুই তৰফাল এমাফিক তমাম তুষ্টি চুৰিল। হামন্দি বাদস্ত বুৰি দস্ত ও আবৰ উকিল দহ লিজকে সাত সাফ সাক্ষৰ হাহা ফেৰ ফেনা দোসমনকে সফেদ জুয়ায়োই ও জত দোসমুন হোগা সে কালসিয়া হাহা তাহে। এখন তাঞিৰ ও আমাৰ মধ্যে পৃতকে বহে খুব মালুম ৰপ্তানি দেস্ত তব কেন এতবাৰ নাহি নিস্তেস্ত। এইৰুপে নবাবে বুলিলত। পাচে আমাৰ সমাজ কানু দুই কটকীয়ে সমালোচনা কৰি বোলে সাহেব উত্তম বুলিচে। সময়ত ক্ষত্ৰিয়ৰ পিতা পুত্ৰেও সমৰ কৰিতে থাকে। সম্মুখ ভঙ্গ হৈয়া কীৰ্ভিয়ে স্বৰ্গ গামি সে হৈচে আৰ যে ৰান কালও সস গ্ৰামত জয় হৈ গৈছে সেই সকলেও ইহ লোকে বিপুল কীৰ্ত্তিকেহে লভিচে। যি সকল বা উভয় পক্ষ পৃত পক্ষ নিয়মিত কৰে গো ব্ৰাহ্মণ কুশলে বচাইচে, সেই সকলে ও ইহলোকত কি অখণ্ড প্ৰতাপ অক্ষয় স্বৰ্গকে সে লভিছে। এতেকে নেকি তাঞিৰ তোমাৰ বিধমতা আছে। তুমিও অস্তাগিৰিৰ ৰ ডাঙ্গৰ উমৰাও তাঞিয়ো উদয়গিৰিৰ ৰ চৰণানুবৰ্তি ডাঙ্গ নবাব। তাঞিৰ ঠাইত মিঞা কৰি সূৰ্য্য সমান কীৰ্তি প্ৰকাশক লভিছা। তাঞিও তোমাৰ সমান মিত্ৰক চন্দ্ৰ সদৃস কীৰ্তিৰ বলে সে লভিছে; এতেকে তাঞিৰ তোমাৰ ভিতৰত যিমান বিপষিত হৈছে তাকে তাঞো তোমাৰ এৰূপ প্ৰীত প্ৰণয় বচনত খোচ হৈবে। তুমিয়ে চাহা আপোন চইলয়াহ দূৰ কৰি তুমি খুচি কৰ- এতেকে তাঞিৰ তোমাৰ পৃত সৰিয়ত ৰহে কোনো সন্ধিগ্ধ চিত্ত ৰাখ যায়। এইকপে আমাৰ ককিয়ে বুলিলত! আহলয়াৰ খয়ে পুনৰ্বাৰ বোলে উকিল সনাতম কানু তোমূভি ব্ৰাহ্মণ ভুমাত বড় পাতিজি মিত্ৰ বড় নৰাৰ সাতে হাজিৰ সম কাৰণ বাবা হকিত বড় নবাৰ মভি খলি কৰিলে।