পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সদাক্ত সেই মাফিক সৰিয়নকে সোপাৰ্দাস্ত ইতৰফও মতবৰ আমি যোকোচ বাত কহে পহিলকে সবস্কুট খাতিৰ মে গিৰণ আৰ অপৰ হকিয়দ তোম বুলিতেচ। নবাব খেজমতদাৰ পহলনে সুদাম ও বিয়া মত খাঁ দো আদমিকো অজিজ্ঞা ৰুপে আটক নিগড় জানা বস্তু কিচো আন্তে তোমাৰ আমাৰ একখানা পৃত সৰিয়ত ৰহে ততে প্ৰিতৰ খে কি; অতপৰ যেইবাৰ আচিল সেৰুপ হৈল ও এখন শিপ অধিক পৃত মেদাস্ত মেদ সে বুঝ কৰিবে। বাকি সমাচাৰ চৰিপ খ ও আজৰ খ বিৰুপ হৈতে তোমাৰ উকিল প্ৰমুক্ষে জাবিবেক। স্নান অধিক কি কৃহিম। তুভি ধৰ্ম্মৰ হৈ দৌল মালুম কুদ্দ। ইতি সন ১৫৫৭, মাঘ মাস, তাৰিখ-১২। সন্দেস --জি লাগাম সহিত ঘোড়া ১টা, বানাত সুলতানি; ধান, পালঙ্গ পোচ ৫, জটা মাংসী ২ সে, মিশ্ৰি ৩ সে, লঙ্গ ২ সে, জাইফল ৮ পোন, কমায়ন ধনু ৰুপাৱলি ৭ খান। আয়াৰ খাৰ নকল। চৰিপ খা আজৰ খ দুই কটকিক দুখান কোচানাৱেৰে ৮টা মানুহেৰে আমাৰ সনাতন কানুৰ লগত পঠাই দিচিল। সিবোৰে কুৰুয়াৰ কাষৰতে সি দিন বহিৰ গৈ। চড়াৰে মহকিনা খন্দিয়াল ২০০ মানুহেৰে সেই সময়ত বেমাৰ খ আজাৰ ধাঁ আবদুলাল খাঁ প্ৰমুক্ষে সকলে ও জুগুতি হৈ নবাবত কলো বোলে সাহেব প্ৰিতিবো কাৰণ এই হে। বনৰ হাতি, মহ, গড় সিতো পশু এই সকল চাহেবৰ একলাস পৃত ৰাহ বহে। হস্তিকে দণ্ড গোও খদগ মৈস বনে এৰে লাহি। পহুছে এখন যদি সাহেবে উকিলেৰ সাত হাজিৰ গাঢ় কৰি কহে সে বোস আমি বন্দুক চালাইতে পাৰি নাহি। তবে আমি চলতি কৰি থাক সুখ নাহি। সিহঁতৰ এই কথা নবাবে শুনি সাজ নাও এখানেৰে ৫টা মানুহেৰে বেমাৰ খকে নবাবৰ আজ্ঞায়ে আমাৰ দুই কটকী সহিতে ফিৰাই আনি অভ্যন্তৰক মি আহলয়াৰ ৰায়ে খেলে সনাতন কা পূৰ্ব প্ৰাচিৰ তোমাৰি ভাগৰীয়া ফুৰুৰ হৰিও গয়হ উমৰাও