পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

>87 লৈ হস্তী দিম বুলি দুবাৰ মুক্তা আনিছে। আৰু আমাৰ সঙ্গে কথা কননা পৰমেশ্বৰে কোন ঐশ্বৰ্যক নেদিচে। যাতে সি পশ্চিমা মানুহ, তাত এনে কথা কৰিলে ভাল মেকি। পাচে ৬ ও এই কথা এতে দাধৰা এটা পঠাই বঙ্গাল কটকিয়ে নজম। হেম কৰি কামুক আনি বহন্যে মুখিলে। কটকিয়েও সেইপে ফলে? এই কথা শুনি ওপৰ বুঢ়া ৰজা ৬ বোলে, জান বামুনি পুতেক হত পূৰ্বেও মোৰ ওপৰ ৰজা দেৱৰ দিনত যেতিয়া মাঙ্গতৰা ৰা মাৰিলে ১৪৯৭ শকত। সেই সময়ত মোৰ ওপৰত গড় গঞা ৰজা ন ৰজাৰ জিয়েকক চৰুং কৈ আনিলে। কুঞৰি পাতিলে। তত্ৰাপি শত্ৰুৰ ভাৱক নেড়ি, গড় পাতে সৰি ভাব ধৰি সকলো প্ৰজাক ভূত দিছে বুলি পানীত বুডালে, নানা বিধ কৰ্থনা কৰি মাৰিলে। শক ১৪৯৮ সেই সময়ত অচিত দলৈবে দণ্ড কৰি নড়াৰ যত্ন বড়ি আছিল। ৬ সাগৰ খড়ি নাম থলে। সেই গণকে সেৱা কৰিলে। গড় গ ৰজা বলে, ই গণক বুলি যে কং সেৱা কিয কৰিলে। গণক মহয়। কোনো কথা লক্ষ কৰিহে আহিছে। সেই কথা জামিও কুঞৰিক স্নেহেগণকক একো নুবুলিলে। পাচে সেইগণকে নামৰূপৰ সকলো প্ৰজাক লেখি তাৰ বজালৈ অনালে। পাচে নড়া ৰজা আহি যুদ্ধ ধৰিলে। সেই যুদ্ধলৈ চড়াই খেক বড় গগাহাঞি হাতিত উঠি গৈছিল। মড়া মাৰ খানা পাই চাঙ্গ হাতি দেখি ৰজামাত লগালতে পডিত, গোহাইক হাতি কচিঞৰে কাটিলে। মুড গাড়ি পাই চাঙ্গ হাতীয়ে গোহাঞিক বটলি আনিলে। সেইযুত আমাৰ অনেকো পড়িল। পাচে গড় গাওৰ ৰজা খেদি গৈ নৱাৰু ভালে। এতেকে যি কৈছ বিদেশি মানুহৰ একো মনক না পায়। পচিমাল দফলা যেনে ই বন্দিও তেনে হে। জেঠেৰিয়ে ভালপে শিখাই দিক। বড়ৰাও ওলাওতে সোমাওতে পঞ্চ পাঞ্চ কিল মাৰিচিল। পাচে বড়ুয়ায়ে কটকিহঁতৰে যুগুতি হৈ কলে, বোলে যি মুক্ত