পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬ পূৰ্বক লেখং কাৰ্যঞ্চ আগে এ কুশৰ সতত চাহি, পৰং সমাচাৰ পত্ৰ এহি, এখন তোমাৰ উকিল পত্ৰ সহিতে আসিয়া পায়াৰ খান পন্থছিল। আমিও পৃত প্ৰণয় পূৰ্বকে জ্ঞাত হৈলাম। আৰ তুমি যি লেখি আই, তোমাৰ উত্তম পত্ৰ আসিতে আমাৰ মনস্মিত নাহে। তোমাম ভালই দৌলত। অতএব আমিও পম আহলাদ কাপে জানিতে আচে॥ তোমাৰ আমাৰ অভিন্ন ভাৰ পৃত ঘটিলে মন যাকিক সন্তোষ কি কাৰণে নাহৈকে। আৰ তোমাৰ আমাৰ অত্যন্তৰূপ আনন্দযুক্ত হৈলে উভয় পক্ষ লোকে না বিদেশৰূপ অৰিজুতা অন্তুসেত বিকশ না বিবেক। একাৰণ তুমি লেখিক পোৱা। আৰ তুমিয়ে লেখিক্সাহ পূৰ্বে সত্ৰাজিৰ সমই সিঙ্গৰি বালিপাড়া বড় বড় গা এই সকলতে আমাৰ লোকজনে হাট গৰি কবিয়া আপোন মাফিক বাতি কৰিয়া আচিল। এমত খান বুলিতে তোহাৰ উচিত নহে। সেই উক্তে পাৎসাই লোকক ভোট পাহাৰি দফলা অনেক বাইল কৰিলে? আমাৰো ফুকণডাঙ্গৰিৰা সকল অনেক প্ৰকাৰ কৰি বাৰম্বাৰ পাহাৰি লোক কাটিলেক। অত্ৰাপি তবে বদনাম আমাত হৈল। এখনো যে তাক কৰিবাক চাহ, এম গেট তোমাৰ উচিত না হয়? আৰ অপৰ তুমি যে বুলিচ ২৩ জন মনুষ্য তোমৰা সে যাই কৰিতে আছ। আমিতো তাক নিৰ্মিতি কৰিতে নাহি পাৰো। সম্প্ৰতি পৃতি পথত তোমাৰে এমন প্ৰকাৰ অপৰি তোষ কৰিবাৰ চিতত নিঃ কষণা বিশেষ আৰ একটা হেলৰ কাৰণ তুমি যে তিনিজন মনুষ লোহাৰে বান্ধিয়া তোমাদিগেৰ নিয়াহ, এমত কৰ্ম্ম কৰিবাৰ তোমাৰ উচিত বেৰহাৰ নোহে। তুমি আপুনি জান বড় লোকৰ জুনি হস্তি দন্ত সদৃশ হে লিখিছ, ই গোট তোমাৰ পৃতি ব্যবহা হয় কিন্তু বড় বচন সামৰ্থতা কাৰ্য কামৰ দ্বাৰায়ে জানি। আৰ অধিক কি কহিম।