সমললৈ যাওক

পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ আদা সব জুট কহে। আৰু তুমি যে কহিয়াছ, একতা কুতাৰ কাৰণ চৌকিদাৰক আমাৰ লোকে ধৰিয়া থাকে। সে খৰৰ পজিল, আমাৰ জানিতে নাহি, তোমাৰ লোকে কেমনে বিদ্যা নিয়ে আমাৰ কেৰে লোৱাৰ পিৰা দুৰিয়া ঢাকা নেই। আমাৰ চৌকিদৰে এ কেমনে জিকা কাটে গৰৰ হকিকত সাবশেষ নাম নাহি জানে। এখন সে নিলাম। পৰ তোমাম খালিতে। অপ তোমাৰ লেখা দে-আমি খাতৰৰ দেখায় আমাৰ সাত হৰ বাতে আই সে। তোমাৰ পত্ৰ মনু তোমাৰে পাচ ভেজিৰা দিব। পঃপৰ এমও একলা ৰহে পৰণৰে কমিনা কৰিৰে। আমাৰ যে জোখ চাৰ ভেজিয়া আছ, এসব খবৰ পহিলে তা নিফা কৰিয়া আমাৰ ভেলায় দিব। বড় বড় মনুষৰ জবানি মাফিক যোহদ সোহি ফিল চৰ্তিকা না বা কাঞি ফিৰে। আৰু আমৰা অধিক কত লেখিব। সব আশুৰ তোমাৰ উকিল সনাতন ও কানুশৰ্মা সমস্ত তামাম জানিতেই। যি কাৰ্যত চৰিপ খ ও ঘুৰাই চৌৰি তোমাৰ সাত ভেজিয়াছে তাৰে সিদ্ধ কৰি আকিদ লোক সৰ হৈয়া আহিছে এ যে সব খুব। ইতি লি হজ সন ১৫৫৪, চৈত্ৰ তেং তেৰ সলেস বানাত সুলতানি ২, গুজৰাতি ৩ পালে পোচ ৫, চিট ৬, মিশ্ৰি ৪০, লঙ্গ ২ সে। ফে কাপ্ত ৭ সে, লাল ৬ সে, কাচৰ সোতাৰপি হোক। ২ সে, খোৱা বিচিত্ৰ নলি ২ ভাল। ফুলান ৰুপৰ পাণি চড়োয়া চিলিম ২, মুকুল ভাটো মামা কী কোচৰ বটা ২, শোন ২ লোন, চিনি ২ মোন। আহলয়াৰ আঁৰ লেখাৰ ৰকল। পাচে বড় বড়ুয়ায়ে পিকচাই চেটিয়ায়ে ৩ লৈ জনালে। ও ধাৰণ পূৰ্ববকে বড়ুয়াকে তুলিৰ দিলে। বড়ুয়াও ধাৰণে তুলিলে। আজ্ঞা পুনৰ্বাৰ আমাৰ পত্ৰ সন্দেস জমিতে সনাতনক কাসুক লগত দি চৰিপ খাঁ। ঘুৰাই তুই উকিল বাদি পুনৰ্বাৰ পঠাই দিলে। পত্ৰ এই শক্তি বিবিধ গুণ গান্ধীৰ্য পৰমোজাৰ অযুত মৰাৰ ৰয়াৰ শাসষ্ণুে, সস্নেহ-